• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত জিলাভিত্তিক চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন

NE NOW NEWS মিণ্টু দাস
নগাঁও , July 31, 2018 8:29 pm

1 min read

art-competition - Copy

প্রতিনিধিত্বমূলক চিত্র

80
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ অন্যতম অগ্ৰণী অনুষ্ঠান ‘নৱমী আত্মসহায়ক গোট’ৰ উদ্যোগত অহা ৫ আগষ্টত পঞ্চম বাৰ্ষিক জিলাভিত্তিক এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অনুষ্ঠিত হ‘ব লগা উক্ত চিত্ৰাংকণ প্ৰতিযোগিতাৰ তিনিটা শাখা ক্ৰমে অংকুৰ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ ‘ক’ শাখা, তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ ‘খ‘ শাখা আৰু সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ‘গ‘ শাখা৷ আয়োজকে এই কথা জানিবলৈ দিয়ে।

আত্মসহায়ক গোটটোৱে তিনিওটা শাখাৰ বাবে নিৰ্ধাৰণ কৰি দিছে বিষয় সমূহ। নিৰ্ধাৰিত বিষয় সমূহ হ’ল ক্ৰমে ‘ক’ শাখাৰ বিষয়  ‘নিজৰ মনৰ পৰা অঁকা’, ‘খ’ শাখাৰ বিষয় ‘শুৱনি আমাৰ গাঁওখনি’ আৰু ‘গ‘ শাখাৰ বিষয় ‘অসমৰ কীৰ্তি স্তম্ভ’৷

আনহাতে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্চুক প্ৰতিযোগী সকলে ‘সাজোন-কাচোন’, পানীগাঁও চাৰিআলি, নগাঁও অথবা ম‘বাইল নম্বৰ ৬০০০২০৩৯৪০, ৯৮৬৪৮৭৯০৮৭, ৯৪৩৫৮১০১৯২ ত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।

Recent News

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd