• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাংবাদিকৰ অৱস্থান ধৰ্মঘট

NE NOW NEWS মিণ্টু দাস
নগাঁও , May 24, 2018 5:22 pm

2 min read

journalist protest against citizenship bill
76
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বলবৎ কৰাৰ বাবে যি চক্ৰান্ত ৰচিছে তাৰ বিৰুদ্ধে আজি নগাঁও জিলাৰ সাংবাদিকসকলে অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদ কাৰ্যসূচী পালন কৰে। সমগ্ৰ জিলাখনৰ কৰ্মৰত সাংবাদিকসকলে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত আজি পুৱা ১১ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

ধৰ্মঘট কাৰ্যসূচীৰ পাছতে সাংবাদিকসকলে জিলা প্ৰশাসনৰ জৰিয়তে মুখ্য মন্ত্ৰী আৰু ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। জিলা প্ৰশাসনৰ হৈ জিলা অতিৰিক্ত উপায়ুক্ত ৰিংকু বড়োৱে স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী আৰু ৰাজ্যপাললৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

memorendun given by journalist

”শেহতীয়া কেন্দ্ৰীয় চৰকাৰে সংশোধনী বিধেয়ক, ২০১৬ বলবৎ কৰা কাৰ্যক নগাঁও জিলাত কৰ্মৰত সকলো সংবাদ কৰ্মীয়ে তীব্ৰ বিৰোধিতা কৰিছো। অসমৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় সত্বাৰ প্ৰতি ভাবুকি সদৃশ উক্ত বিধেয়কখন অসম আৰু অসমীয়াৰ নিশ্চিতভাৱে পৰিপন্থী বুলি গণ্য কৰিছো। যদি উক্ত বিধেয়কখন বলবৎ হয় তেন্তে কালৰ বুকুত অসমীয়াৰ অস্তিত্ব হেৰাই যোৱাৰ সম্ভাৱনাই অধিক। সেয়েহে উক্ত বিধেয়কখন যাতে অসমত বলবৎ নহয় তাৰ বাবে আপুনি এক বলিষ্ঠ পদক্ষেপ তথা কাৰ্যপন্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিলো।” স্মাৰক পত্ৰখনত এই কথা উল্লেখ কৰে।

আপকু নগাঁও জিলা সমিতি, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ’চিয়েশ্যন, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, সদৌ নগাঁও জিলা সাংবাদিক সন্থা, জুৱা নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ কলিয়াবৰ, ৰহা, কামপুৰ, পুৰণিগুদাম, চামগুৰি, বঢ়মপুৰ, বেবেজীয়া, ধিং, বটদ্ৰৱা, ৰূপহীহাট, জাজৰি, জুৰীয়াৰ প্ৰায় শতাধিক সাংবাদিকে যৌথভাৱে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd