• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ কঠীয়াতলীত দুটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
, November 29, 2017 3:04 pm

1 min read

নগাঁৱৰ কঠীয়াতলীত দুটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ
71
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাহৰ পাতি থকা দুজন চোৰাং চিকাৰীক আজি জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দুয়ো গঁড় হত্যাৰ লগত জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰই কয়। জখলাবন্ধা আৰক্ষী থানাৰ আৰক্ষী বিষয়া দেৱেন বৰাৰ নেতৃত্বত অভিযানত যোৱা আৰক্ষীৰ দলটোৱে বিশেষ সূত্ৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পৰাই জনা যায় যে ৰাজ্যত বৰ্তমানেও গঁড়ৰ খড়্গৰ চোৰাং বেপাৰী তথা চোৰাং চিকাৰীৰ টিঘিলঘিলনি চলি আছে। অৱশ্যে চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাত শেহতীয়া কেইটামান মাহত আৰক্ষী তথা বন বিভাগৰ সফলতাও মন কৰিব লগীয়া। সূত্ৰটোৰ মতে, গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীকেইজনৰ নাম ক্ৰমে জাকিৰ হুছেইন আৰু ফাৰুক আলী। দুয়োৰ সৈতে অস্ত্ৰও উদ্ধাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে  মণিপুৰী উগ্ৰপন্থীৰ সৈতেও ধৃত চোৰাংচিকাৰী দুজনৰ সম্পৰ্ক আছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd