• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ চলচলিত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

NE NOW NEWS মিন্টূ দাস
নগাঁও , May 23, 2018 8:52 pm

1 min read

কাঠভৰ্তি ট্ৰাক

নগাঁৱৰ চলচলিত জব্দ কৰা কাঠভৰ্তি বাহনখন। ফটো : নৰ্থইষ্ট নাও

78
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ চামগুৰি বিধান সভা সমষ্টিৰ চলচলিত এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰা হয়। নগাঁও সদৰ আৰু শালনা আঞ্চলিক বন বিভাগৰ যৌথ অভিযানত যোৱা নিশা কাঠখিনি জব্দ কৰে।

জব্দ হোৱা কাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকাৰ বুলি জানিব পৰা গৈছে। অৱশ্যে, বন বিভাগৰ দলটোৱে কাঠখিনিৰ চোৰাং সৰবৰাহৰ সন্দৰ্ভত এজনো অসাধু ব্যৱসায়ীক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল।

দীৰ্ঘদিন ধৰি বন বিভাগে অভিযান চলাই বহু কাঠফলা কল আৰু কাঠৰ গাড়ী জব্দ কৰিছে যদিও কাঠফুলাৰ দৰে পলকতে চামগুৰিৰ বিভিন্ন ঠাইত গঢ়ি উঠে কাঠফলা কল আৰু চোৰাং কাঠৰ সৰবৰাহ।

বন বিভাগৰ অজ্ঞাতে নগাঁও জিলাত লাখ লাখ টকাৰ চোৰাং কাঠ সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই ইয়াক ৰোধ কৰাৰ বাবে বিশেষ তৎপৰতা প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

ৰাজ্যৰ বন বিভাগে বনানীকৰণৰ বাবে ব্যাপক আঁচনি গ্ৰহণ কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কাঠৰ চোৰাং বেপাৰীসকলে গছ কাটি তহিলং কৰাৰ ফলত এই আঁচনিৰ সুফল ধৰা দেখা নাযায়। বনাঞ্চল ধ্বংস ৰোধ কৰিবলৈ হ’লে অবৈধ কাঠৰ ব্যৱসায় বন্ধ কৰাটো অত্যন্ত জৰুৰী বুলি মত প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী ৰাইজে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd