• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ বঢ়মপুৰৰ মহাকাশত ঘটিল এক বিৰল মহাজাগতিক পৰিঘটনা

NE NOW NEWS মিণ্টু দাস
নগাঁও , August 1, 2018 9:20 pm

1 min read

নগাঁৱৰ বঢ়মপুৰৰ মহাকাশত ঘটিল এক বিৰল মহাজাগতিক পৰিঘটনা
69
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ বঢ়মপুৰ অঞ্চলত মহাকাশত সংঘটিত এক বিৰল ঘটনাৰ সাক্ষী হৈ ৰ’ল বঢ়মপুৰবাসী।

উল্লেখযোগ্য যে এক মহাজাগতিক পৰিঘটনাই নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলত এক জোৱাৰৰ সৃষ্টি কৰে। ডাৱৰীয়া বতৰৰ মাজতে হঠাত আকাশৰ পৰা এডাল ৰেখাৰ দৰে পৃথিৱীলৈ নামি আহিল ডাৱৰ। ক্ৰমান্বয়ে তললৈ নামিল ডাৱৰ আৰু এই ডাৱৰ বঢ়মপুৰৰ ঘোগৰ জলাহৰ পানীত উঠি গ’ল ওপৰলৈ। এনেদৰে আকাশৰ পৰা নামি অহা ডাৱৰ আৰু জলাহৰ পৰা উঠি যোৱা পানী সংযোগ হৈ এডাল ৰেখাৰ সৃষ্টি কৰি একাকাৰ কৰিলে মহাকাশ আৰু পৃথিৱী।

আনহাতে এই দৃশ্য দেখাৰ পিছত আতংকিত হৈ পৰিছিল বঢ়মপুৰৰ ঘোগৰ জলাহৰ কাষৰ পথাৰত কাম কৰি থকা একাংশ লোক। আকাশৰ ডাৱৰ আৰু জলাহৰ পানীয়ে সৃষ্টি কৰা ৰেখাডাল বহু সময় ধৰি চলন্ত অৱস্থাত আছিল।

ইফালে ইয়াৰ মাজতে প্ৰতক্ষ্যদৰ্শী প্ৰশান্ত কাকতিয়ে  মৰণক শৰণ দি নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰিলে সমগ্ৰ ঘটনাৱলী।

নগাঁৱৰ বঢ়মপুৰ অঞ্চলত মহাকাশত সংঘটিত এক বিৰল মহাজাগতিক ঘটনা

নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলত মহাকাশত সংঘটিত এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হৈ ৰ'ল বঢ়মপুৰবাসী

Posted by NorthEast Now Assamese on Wednesday, August 1, 2018

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd