DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ ৰাইদংগীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ

মিন্টূ দাস by মিন্টূ দাস
May 21, 2018 9:21 am
3328edb2-3500-41e1-815a-1b375dae0304 (1)
94
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ বাতিলৰ দাবীত দেওবাৰে নগাঁও জিলাৰ নিকটবৰ্তী অঞ্চল ৰাইদংগীয়াত কেইবা সহস্ৰাধিক ৰাইজে ৰাজপথ কঁপাই তোলে।

প্ৰতিবাদকাৰী ৰাইজে পৰম্পৰাগত জাতীয় সাজ পৰিধান কৰি হাতে হাতে প্লে কাৰ্ডলৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো কাৰণতেই মানি লোৱা নহ’ব বুলি সকীয়াই দিয়াৰ লগতে জাতিৰ স্বার্থত প্ৰতিজন খিলঞ্জীয়াক গাত শেষ বিন্দু তেজ থকালৈকে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাবলৈ আহ্বান জনায়।

হিন্দু বাংলাদেশীক সংস্থাপনৰ মনোবৃত্তিৰে কেন্দ্ৰীয় চৰকাৰে যদি বিধেয়কখন আইনত পৰিণত কৰে তেন্তে উলংগ হৈ প্ৰতিবাদ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে আত্মজাহ দিয়াৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

ঘৰৰ পদুলিয়ে পদুলিয়ে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা একোখন কৈ উত্তোলন কৰি প্ৰতীকী অৰ্থত মানৱ শৃংখল ৰূপায়ণ কৰাৰ লগতে ৰাইদঙীয়াৰ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসমৰ জাতীয় দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজে প্ৰতিবাদ মুখৰ হৈ পৰাৰ সমান্তৰালকৈ নগাঁও জিলাতো প্ৰতিবাদৰ জোৱাৰ উঠিছে।

অবৈধ বাংলাদেশী সংস্থাপনৰ উদ্দেশ্য লৈ কেন্দ্ৰীয় চৰকাৰে আনিব খোজা বিতৰ্কিত বিধেয়কখন কোনো কাৰণতে মানি নলয় বুলি আন্দোলনকাৰীসকলে ঘোষণা কৰে।

 

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd