• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাৰ বেদখলৰ বিৰুদ্ধে ৰাজ্যৰ দহটা ছাত্ৰ সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

এন ই নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নিউজ ব্যুৰো, গুৱাহাটী :
November 25, 2017 9:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা (আছু) ৰ নেতৃত্বত দহটা সংগঠনে অসমৰ ছখন সীমান্ত জিলা ক্ৰমে যোৰহাট, গোলাঘাট, চৰাইদেও, শিৱসাগৰ, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ কিছুমান অঞ্চলত নগাৰ বেদখলৰ পৰা অসমৰ ভূমি ৰক্ষা কৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ বিৰুদ্ধে এক ঐক্যবদ্ধ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’বলগীয়া সংগঠন কেইটা হ’ল আছু, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, সদৌ বড়ো ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ তাই আহোম ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা আৰু টাকাম ইমছিং পৰিন কৌবাঙ।

সংগঠনকেইটাই একেমুখে কয় যে নাগালেণ্ড গঠন হোৱা দিনৰে পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমস্যাটো সমাধানৰ বাবে একো কৰা নাই। ফলস্বৰূপে সীমান্ত অঞ্চলত বাস কৰা লোকসকলে নগাৰ আতিশয্য সহিবলগীয়া হৈছে। আছুৰ সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হছেইনে কয়, ‘আমি অসমত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছো। সমস্যাটো জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ দাবীসমূহ পূৰণ নোহোৱালৈকে আমাৰ কাৰ্যসূচী চলাই যাম।’ তেওঁ লগতে কয়, ‘নগাই শেহতীয়াকৈ গোলাঘাট জিলাৰ উৰিয়াম ঘাটত এটা মহকুমা স্থাপন কৰিছে, কিন্তু আমাৰ চৰকাৰে এষাৰ মাতো মতা নাই। সীমান্তত চি আৰ পি এফক এক নিৰপেক্ষ বাহিনী হিচাপে নিয়োগ কৰা হৈছে  কিন্তু তেওঁলোকে সঠিক ভূমিকা পালন কৰিব পৰা নাই। নগাই ৭০,০০০ হেক্টৰতকৈয়ো অধিক অসমৰ ভূমি দখল কৰিছে আৰু গোলাঘাট জিলাৰ বিবদমান অঞ্চলত চাৰিটা মহকুমা স্থাপন কৰিছে। কিন্তু ৰাজ্য চৰকাৰে এতিয়াও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।’

Apply Now

আটাছাৰ সহকাৰী সাধাৰণ সম্পাদক ধীৰাজ গোৱালাই কয়, ‘আমি নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ বিষয়বস্তু জানিব বিচাৰিছো কিন্তু চৰকাৰে এয়া গোপন কৰি ৰাখিছে। আমি কেতিয়াও নাগালিমৰ বাবে আমাৰ এক ইন্সি মাটিও এৰি নিদিওঁ।’ তেওঁ লগতে কয় যে যোৰহাট জিলাৰ মৰিয়নিৰ নাগিনীজান চাহ বাগিচাৰ পৰা নাগা ভিলেজ কাউন্সিলে নিয়মীয়াকৈ কৰ সংগ্ৰহ কৰি আহিছে।

এন ই নিউজ ব্যুৰো, গুৱাহাটী :

এন ই নিউজ ব্যুৰো, গুৱাহাটী :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd