DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰীৰ বিশিষ্ট ওজাপালি ভবেন বৈশ্যৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 10:52 pm
137
VIEWS
Share on FacebookShare on Twitter

নলবাৰী জিলাৰ কৈঠালকুছিক সমীপৰ বেছিমাৰি গাঁৱৰ নিৱাসী ওজাপালি শিল্পৰ অন্যতম সাধক ভবেন বৈশ্যৰ(৭১) আজি পৰলোকপ্ৰাপ্তি ঘটে।

প্ৰাপ্ত তথ্য মতে শিল্পী গৰাকী আজি কিছু দিন ধৰি কঁকালৰ বিষ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল। আৰু শিল্পী গৰাকী হঠাৎ অসুস্থ হৈ পৰাত আজি পুৱা তেওঁক চিকিত্‍সাৰ বাবে গুৱাহাটীৰ দিছপুৰ পলিক্লিনিক চিকিত্‍সালয়লৈ নিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যবশত শিল্পী গৰাকীয়ে চিকিৎসালয়তে প্ৰায় ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

বিশিষ্ট শিল্পী গৰাকীয়ে মৃত্যুৰ সময়ত সহধৰ্মিনী, তিনি পুত্ৰ-বোৱাৰী, তিনি জী-জোাঁৱাইক ইহ সংসাহৰত এৰি থৈ গৈছে।

উল্লেখযোগ্য যে মৃত্যুৰ কেইদিনমানৰ পূৰ্বে শিল্পী গৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ কৰি পদ ৰচনা কৰি নিজৰ ওজাপালি দলৰ সৈতে পৰিৱেশন কৰি এক প্ৰকাৰ নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল।

Recent News

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd