DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নলবাৰী আৰু বিশ্বনাথ জিলাত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত তিনিজন নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 11:12 am
Road accident illustration

প্ৰতিনিধিত্বমূলক চিত্ৰ

66
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ নলবাৰী আৰু বিশ্বনাথত সংঘটিত দুটাকৈ পৃথক শোকাৱহ পথ দুৰ্ঘটনাত তিনিজনকৈ লোকৰ থিতাতে মৃত্যু হয়।

নলবাৰী :

আজি নলবাৰীৰ বিলপাৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী বাহনৰ খুন্দাত এজন চাইকেল আৰোহী নিহত হয়।

জানিব পৰা মতে জিলাখনৰ ঘগ্ৰাপাৰ অঞ্চলৰ সমীপৱৰ্তী বিলপাৰত চাইকেল আৰোহীজনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লওঁতেই বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী বাহনে প্ৰচণ্ড জোৰেৰে খুন্দিয়াই। ফলত থিতাতে নিহত হয় লোকজন।

দুৰ্ঘটনাটোত নিহত হোৱা লোকজন নয়ন ডেকা বুলি চিনাক্ত কৰা হৈছে।

বিশ্বনাথ :

আনহাতে একেই ভয়াবহ দুৰ্ঘটনাত দ্ৰুতবেগী বাইকে দেওবাৰে নিশা বিশ্বনাথৰ কলাপানীত প্ৰাণ কাঢ়ি নিলে দুজন লোকৰ। নিশা সংঘটিত এই দুৰ্ঘটনাটোত পৰশুৰাম মাহালী আৰু ৰাজেন বৰাইক নামৰ লোক দুজন থিতাতে নিহত হয়।

ইফালে বাইকেৰে অহা তিনিজন আৰোহীক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তী কৰোৱা হয় বুলি জানিব পৰা যায়।

এইদৰে ৰাজ্যৰ দুটাকৈ প্ৰান্তত সংঘটিত হোৱা পথ দুৰ্ঘটনাত তিনিজনকৈ লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা ঘটনাই দুয়োটা অঞ্চলতে গভীৰ শোকৰ ছাঁ পোলোৱা পৰিলক্ষিত হৈছে।

Recent News

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Flood in Assam

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Jasprit Bumrah

বুমৰাহৰ আন এক অভিলেখ: অতিক্ৰম কৰিলে ভুৱনেশ্বৰ কুমাৰ, জাহিৰ খানক

Femina Miss India World 2022

কৰ্ণাটকৰ চিনি চেট্টীৰ শিৰত মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ খিতাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd