• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত জিলিকিল বিশ্বনাথৰ  টিনাশ্ৰী দেৱী

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 30, 2018 9:51 pm
tinashri cbsc topper
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য ঘোষিত সমগ্ৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ (চিবিএছই) দশম শ্ৰেণীৰ পৰীক্ষাত বিশ্বনাথৰ জ্ঞান ভাৰতী বিদ্যালয়ৰ টিনাশ্ৰী দেৱীয়ে ৯৭.২% নম্বৰ লাভ কৰিছে। তেওঁৰ এই সাফল্যত বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোতে এক আনন্দোচ্ছল পৰিৱেশৰ সৃষ্টি হয় |

উল্লেখ্য যে বিশ্বনাথ জিলাৰ মধুপুৰস্থিত জ্ঞান ভাৰতী বিদ্যালয়ত চলিত বৰ্ষত ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪৭ গৰাকীয়ে সুন্দৰ ফলাফলৰে উত্তীৰ্ণ হৈ বিদ্যালয় খনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৪৭ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৪২ গৰাকীয়ে ৬০% শতাংশকৈ অধিক নম্বৰ লাভ কৰিছে,  আৰু ১৮ গৰাকীয়ে ৮০% শতাংশতকৈ অধিক পাবলৈ সক্ষম হোৱাৰ লগতে ৯০ % শতাংশতকৈ অধিক নম্বৰ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে।

Apply Now

শ্ৰী টিনাশ্ৰী দেৱীয়ে ৯৭.২% নম্বৰ,  চিত্ৰাশ্ৰী ফুকনে ৯৬.৮% , আৰু চিৰিণ আমিনে ৯৩.৮%, নিয়াজ চাকিল ইছলামে ৯৩.৪% আৰু ভাৰ্গৱ বৰাই ৯১.৮%  নম্বৰ প্ৰাপ্ত কৰি বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।  এই উদেশ্যে আজি বিদ্যালয় খনত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

এই সভাত ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকে লাভ কৰা সফলতাৰ বাবে অভিভাৱক আৰু সাংবাদিকৰ উপস্থিতিত সম্বৰ্ধনা জনোৱাৰ লগতে কৰা লগতে ৯০ % অধিক নম্বৰ পাবলৈ সক্ষম হোৱা পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তাৰোপৰি, এইখন বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বিজ্ঞান শাখাত ৯১.৭% নম্বৰৰে নিহাল খটিয়াৰে সুন্দৰ ফলাফল অনাৰ বাবে বিদ্যালয়খনৰ তৰফৰ পৰা তেওঁক এটা লেপটপ উপহাৰ দিয়া হয় |

উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জ্ঞান ভাৰতী বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কমল ভূঞা, বিদ্যালয়খনৰ অধ্যক্ষ কিৰণবালা দেৱী,  বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰভাত গগৈ,  ৱাৰ্ড কমিছনাৰ অঞ্জন বৰাৰ লগতে সাংবাদিক হিৰণ্য বৰঠাকুৰ আৰু কাজি জেইদুল ইছলাম উপস্থিত থাকে |

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd