• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালিমক লৈ ডিমা-হাচাওৰ পৰিস্থিতি অশান্ত বুলি প্ৰমাণ কৰি বিজেপিয়ে পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছেঃ অভিযোগ কংগ্ৰেছী নেতাৰ

NE NOW NEWS পংকজ কুমাৰ দেব
হাফলং , January 24, 2018 9:19 pm

2 min read

কালিজয় চেংগুইন

কালিজয় চেংগুইন

83
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে হাফলঙৰ আৰএছএছ কাৰ্যালয়ত সংঘটিত আক্ৰমণৰ ঘটনাত কংগ্ৰেছ জড়িত থকাৰ অভিযোগ অনা চিইএম দেবলাল গাৰ্লচাক কংগ্ৰেছী নেতা কালিজয় চেংগুইনে উভতি ধৰিছে। ‘এতিয়া নাগালিমক লৈ দলটোৰ মাজত অচলাৱস্থাৰ সৃষ্টি হৈছে, সেয়ে জিলাখনৰ পৰিস্থিতি অশান্ত বুলি প্ৰমাণ কৰি তেওঁলোকে পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছে’, বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ আনে নেতাজনে।

আজি হাফলঙৰ ৰাজীৱ ভৱনত সংবাদমেল পাতি কংগ্ৰেছী নেতাজনে কয় যে, ‘আৰএছএছৰ কাৰ্যালয়ত জুই লগোৱা ঘটনাত বিজেপিহে জড়িত।’ তেওঁ কয় যে, ‘বিজেপিয়ে বিগত কালছোৱাত এনে কাৰ্য সংঘটিত কৰি অহাৰ প্ৰমাণ তেওঁৰ হাতত মজুত আছে।’

তেওঁ লগতে কয় যে, ‘কংগ্ৰেছ দল উক্ত ঘটনাত জড়িত থকাৰ বিজেপিয়ে কৰা অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। উক্ত অভিযোগ যদি দেবলাল গাৰ্লচাই প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ’লে তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হ’ব।’

বিজেপিক সমালোচনা কৰি নেতাজনে কয় যে বিজেপি দলে প্ৰবীন নেতা ক্ৰমে হামজানন লাঙঠাচা, প্ৰকান্ত ৱাৰিচা আৰু অলপতে দেবেন থাউচেনক ধৰ্ষণৰ অভিযোগ আনি বদনাম কৰিব বিচাৰিছিল।

উল্লেখনীয় যে যোৱা সোমবাৰে হাফলঙত নাগালিমৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিভিন্ন দল-সংগঠনে ৰাজপথ কঁপাই তুলিছিল।

ইয়াৰ পিছতে অচিনাকি দুৰ্বৃত্তৰ দলে আৰ এছ এছৰ হাফলঙ কাৰ্যালয়ৰ চিচিটিভি ভাঙি পেলোৱাৰ উপৰি পে’ট্ৰল ঢালি কাৰ্যালয়টোত অগ্নিসংযোগ কৰিব বিচাৰিছিল।

আৰ এছ এছ কাৰ্য্যালয় আক্ৰমণৰ ঘটনাত কংগ্ৰেছ দল জড়িত থকাৰ অভিযোগ আনিছিল চিইএম দেবলাল গাৰ্লচাই।

Recent News

Pradhan-Mant

কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বন্ধ কৰিলে চৰকাৰে, মৃত্যু ঘটিলেও পৰিয়ালে নাপাব সাহায্য!

Jakhalabandha police

অত্যাধুনিক মাৰণাস্ত্ৰসহ ৩জন চোৰাং চিকাৰীক আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd