DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগাৰ আগ্ৰাসনৰ বিৰুদ্ধে হালোৱাটিঙত একাধিক সংগঠনৰ ৪৮ ঘন্টীয়া পথ অৱৰোধ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
July 26, 2018 4:56 pm
হালোৱাটিঙত প্ৰতিবাদ

বৃহস্পতিবাৰে অসম-নাগালেণ্ড সীমান্তৰ হালোৱাটিঙত নাগাৰ আগ্ৰাসনৰ বিৰুদ্ধে ১৩ টা সংগঠনৰ পথ অৱৰোধ কাৰ্যসূচী। ফটো : নৰ্থইষ্ট নাও

112
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ হালোৱাটিঙত আজি পুৱা ৯:৩০ বজাৰ পৰা একাধিক সংগঠনে নাগালেণ্ডৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে ৪৮ ঘন্টীয়া পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰিছে।

অসম নাগালেণ্ড সীমান্তত নাগাৰ আগ্ৰাসী ভূমিকাৰ প্ৰতিবাদত আহোম সেনা, আটাছু, আটছা, আহোম জাতীয় গণ মঞ্চ অসম, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ-শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বৰ অসম প্ৰজা পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা , টাইপা আৰু আছা ৰ যৌথ উদ্যোগত এই অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

হালোৱাটিঙত নাগালেণ্ড প্ৰশাসনে অসমৰ মাটিত স্থাপন কৰা সীমান্ত পৰীক্ষণ চকী নাগালেণ্ডৰ ভূমিলৈ স্থানান্তৰিত কৰা, নাগাৰ আগ্ৰাসন বন্ধ কৰা, হালোৱাটিঙত স্থাপন কৰিবলৈ লোৱা অসমৰ সীমান্ত পহৰা চকী পূৰ্ব নিৰ্দ্ধাৰিত স্থানতেই তৎকালে নিৰ্মাণ কৰা, যোৱা ২৪ জুলাইত নাগা দুৰ্বৃত্তই হালোৱাটিঙত কতৰ্ব্যৰত সাংবাদিকক প্ৰান নাশৰ চেষ্টা চলোৱা আৰু একেদিনাই চেলেংহাট চাহ বাগিচাৰ পৰিচালকলৈ গুলী চালনা কৰা ঘটনাত জড়িত নাগা দুৰ্বৃত্তক কৰায়ত্ত্ব কৰাৰ দাবীত ১৩ টা সংগঠনে এই অৱৰোধ কাৰ্যসূচী পালন কৰিছে।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd