• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইন সংশোধনী প্ৰক্ৰিয়াত সুস্থ বিতৰ্কৰ পোষকতা ‘পি পি এফ এ’ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2018 8:53 am
ppfa-e1478877450316-720x520

পূৰ্বতে গুৱাহাটীত পিপিএফএই গ্ৰহণ কৰা প্ৰতিবাদী কাযৰ্সূচীৰ এটি দৃশ্য। ফটো : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনৰ আইনী প্ৰক্ৰিয়া সম্পৰ্কত ভুল ব্যাখ্যাৰে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ লগতে এই আইনক প্ৰকাৰন্তৰে সমৰ্থন কৰা ব্যক্তি তথা সংগঠনৰ বিৰুদ্ধে প্ৰদৰ্শণ কৰা অসহিষ্ণুতাত আশ্চৰ্যপ্ৰকাশ কৰিছে  ‘পেট্ৰিয়টিক পিপলছ ফ্ৰন্ট, অসম’ এ ৷ এক বিবৃতিযোগে  ‘পিপিএফএ’ ই  নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত সুস্থ, সহিষ্ণু আৰু গঠনমূলক বিতৰ্কৰ পোষকতা কৰিছে৷

‘’ইতিমধ্যে কিছু সংগঠনে বাৰম্বাৰ এই বিধেয়কখন কেৱল অসমকেন্দ্ৰিক আৰু এই আইন সংশোধন হ’লে লাখে-লাখে বাংলাদেশৰ মানুহ আহি অসমত সোমাব বুলি প্ৰচাৰ চলাইছে ৷ তদুপৰি এইসকল শৰণাৰ্থীক কেৱল বাংলাদেশৰ হিন্দু বুলিহে অভিহিত কৰা হৈছে, অথচ এই আইনখনৰ সুবাদতে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বাংলাদেশৰ পৰা আহি ভাৰত তথা অসমত বাস কৰা  বহু কোচ-ৰাজবংশী, হাজং, চাকমা, জয়ন্তীয়া, বিষ্ণুপ্ৰিয়া, আদিবাসী, খাচী, গাৰো, বড়ো পৰিয়ালে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব ‘’-বিবৃতিটোত এইদৰে কোৱা হৈছে।

Apply Now

এই আইনখনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি ‘পিপিএফএ’ ই দাবী কৰে যে নাগৰিকত্ব প্ৰদানৰ লগে-লগে শৰণাৰ্থীসকলক ভাৰতৰ বিভিন্ন প্ৰান্তত সমবিতৰণৰ ব্যবস্থা কৰিব লাগে আৰু যিসকলে বৈধভাৱে অসমত থাকিব খোজে, তেওঁলোকে শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰি অসমৰ সৰ্বাংগীণ উন্নয়নত সক্ৰিয় সহযোগ কৰি এখন শক্তিশালী ভাৰত নিৰ্মানত মনোনিবেশ কৰিব লাগে৷

‘পি পি এফ এ’ই লগতে বিবৃতিটোত কৈছে যে ‘’আইনখনৰ সংশোধনীৰ লগতে সমগ্ৰ দেশৰ দৰে অসমতো বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ৰ সলনি ১৯৫১ হ’ব লাগে, কাৰণ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি ছবছৰীয়া অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদে প্ৰাণ বিসৰ্জন দিছিল ১৯৫১ চনক বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ অৰ্থাৎ লক্ষ্য হিচাপে লৈ ৷ গতিকে ১৯৫১ৰ পৰিবৰ্তে ১৯৭১ কৰাৰ অৰ্থই হ’ব ৮৫৫ শ্বহীদৰ আত্মত্যাগক অপমান কৰা ৷’’

‘পিপিএফএ’ ই মত প্ৰকাশ কৰে যে বিশেষ মানৱীয় কাৰণ বা আন্তৰ্জাতিক সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা থাকিলে অৱশ্যে কেন্দ্ৰীয় চৰকাৰে চিনাক্ত কৰা বিদেশীসকলক ভোটাধিকাৰ বিহীনভাৱে কৰ্মৰ অনুজ্ঞাপত্ৰ(ৱৰ্ক পাৰ্মিট)দিয়াৰ সিদ্ধান্ত ল’ব পাৰে ৷

‘পিপিএফএ’এৰ তৰফৰ পৰা ৰূপম বৰুৱা, নৱ ঠাকুৰীয়া, জগদীন্দ্ৰ ৰায়চৌধুৰী, প্ৰমোদ কলিতা, কিশোৰ গিৰিকে ধৰি প্ৰায় পঞ্চাশ গৰাকী সদস্যই সমূহীয়াভাৱে এই বিবৃতিত স্বাক্ষৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd