• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব আইন সংশোধনী বিল আনিলে অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ হ’ব : হীৰেন গোহাঁই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 16, 2017 9:42 pm
On behalf of conscious citizens, Guwahati, Scholar Hiren Gohain with other dignitaries addressing media at Guwahati Press club in Guwahati on 16-12-17. Pix by UB Photos

On behalf of conscious citizens, Guwahati, Scholar Hiren Gohain with other dignitaries addressing media at Guwahati Press club in Guwahati on 16-12-17. Pix by UB Photos

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ মানুহৰ কথা সমূলি অৱজ্ঞা কৰি নাগৰিকত্ব আইন সংশোধনী বিল ২০১৬ আনিলে অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ হ’ব।‘ এই কথা আজি এখন সংবাদমেলত প্ৰকাশ কৰে ৰাজ্যৰ বিশিষ্টি বুদ্ধিজীৱী তথা পণ্ডিত হীৰেন গোহাঁয়ে। তেওঁ কয় যে যদি বিলখন পাছ কৰা হয়, তেন্তে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ধৰ্মীয় উৎপীড়নৰ পৰা সাৰিবৈ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু প্ৰব্ৰজনকাৰীসকলৰ বাবে ই ভাৰতীয় নাগৰিকত্বৰ বাট মুকলি কৰিব। এই কথাটোৱে ৰাজ্যখনৰ বিভিন্ন খিলঞ্জীয়া সম্প্ৰদায়বোৰলৈ এক গভীৰ সংকট নমাই আনিব।

উল্লেখযোগ্য যে সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ মতে নাগৰিকত্ব সংশোধনী বিলখন সংসদৰ চলিত শীতকালীন অধিৱেশনৰ সময়তে অনুমোদনৰ বাবে উত্থাপন হোৱাৰ কথা।

Apply Now

‘এইটো সকলোৰে জ্ঞাত যে বিলখন যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে, যি কমিটিয়ে এতিয়াও অসমৰ মানুহৰ মত ল’বলৈ বাকী। ৰাজহুৱা মত লোৱাৰ এই প্ৰক্ৰিয়াটো যেতিয়া অসমৰ এটা বা দুটা সংগঠনৰ মত শুনিয়েই সামৰি থোৱা হৈছিল, তেতিয়া অসমত ইয়াৰ ব্যাপক অসন্তুষ্টি আৰু প্ৰতিবাদ হৈছিল। ইয়াৰ পিছতে কমিটিখনে অসমৰ সংশ্লিষ্ট দল-সংগঠন তথা সাধাৰণ লোকৰ মত ল’বলৈ অসমলৈ অহাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল। কমিটিখনে তাৰ তাৰিখো ঘোষণা কৰিছিল, কিন্তু পিছত সেয়া স্থগিত ৰাখিলে। এইটোৱেই প্ৰমাণ কৰে যে বিজেপিৰ চৰকাৰখন অসমৰ মানুহৰ স্থিতিক লৈ অলপো চিন্তিত নহয়। চৰকাৰে অসমৰ মানুহক এই বিষয়টোত প্ৰায় আন্ধাৰতে ৰাখিছে। এইটো গণতন্ত্ৰৰ লক্ষণ নহয়।’’ ড০ গোহাঁয়ে কয়।

সংবাদমেলখনত সচেতন নাগৰিকৰ এটা গোটে আজি এটা প্ৰেছ বিজ্ঞপ্তিত এই নাগৰিকত্ব সংশোধনী বিলখন প্ৰত্যাহাৰ কৰিবলৈ দাবী তোৱে আৰু সকলো পক্ষকে অসমীয়াৰ অনুভূতিৰ ওপৰত চলোৱা এই আতিশয্যৰ বিৰোধিতা কৰিবলৈ তথা বাধা দিবলৈ আহ্বান জনাইছে।

‘অসমৰ মানুহে ইতিপূৰ্বে এখন ত্ৰুটিহীন এন আৰ চি প্ৰস্তুত আৰু সম্পূৰ্ণ কৰাৰ দাবীত আন্দোলন কৰি আহিছে। অসমৰ মানুহে আৰু এই লাখ লাখ অতিৰিক্ত মানুহৰ বোজা ল’বলৈ সাজু নহয়। ই অসমৰ জনগাঁথনিক একেবাৰে সলাই পেলাব। তাৰোপৰি ই ৰাজ্যখনৰ মানুহৰ গণতান্ত্ৰিক অধিকাৰক ভৰিৰে মোহাৰি পেলাব তথা খিলঞ্জীয়া লোকৰ ওপৰত এটা ঐতিহাসিক অন্যায় জাপি দিয়া হ’ব।’ সচেতন নাগৰিকৰ গোটটোৱে প্ৰকাশ কৰা বিজ্ঞপ্তিখনত এইদৰে কোৱা হয়। উক্ত প্ৰেছ বিজ্ঞপ্তিখনত ড০ হীৰেন গোহাঁইৰ উপৰি অধ্যাপক উদয়াদিত্য ভৰালী, হৰেকৃষ্ণ ডেকা, অধ্যাপক অপূৰ্ব বৰুৱা, ড০ দীনেশ বৈশ্য, জ্যোতিপ্ৰসাদ শইকীয়া, হাইদৰ হুচেইন, অধ্যাপক মনোৰমা শৰ্মা, ড০ দিলীপ বৰা, মনজিৎ মহন্ত, শান্তনু বৰঠাকুৰ আৰু দেৱেন তামুলীয়ে স্বাক্ষৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd