• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কক লৈ সংকটত চৰকাৰ; সমাধান সূত্ৰ বিচাৰি তৎপৰ আৰএছএছ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2018 8:02 am
RSS army school: RSS to start its own army school

প্ৰতিনিধিত্বমূলক চিত্ৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সকলো প্ৰান্তৰে দল-সংগঠনৰ প্ৰতিবাদত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখন শলঠেকত পৰা পৰিলক্ষিত হৈছে। বিধেয়কখনক লৈ বিজেপিৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে খলকনি। কেন্দ্ৰীয় চৰকাৰে বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশী অসমত জাপি দিয়াৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ বাবে এতিয়া কিছুমানে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰএছএছ ।

বিধেয়কখনে সৃষ্টি কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বিজেপি আৰু আৰএছএছ। সেয়ে ইয়াৰ সমাধান বিছাৰি বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ আৰএছেএছে আহ্বান কৰিছে অসম প্ৰান্তৰ বৈঠক।

Apply Now

উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখনতে নাগৰিকত্ব সংশোধনী বিধেয়ক, সোণোৱাল চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰিব।

নাগৰিকত্ব বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপনৰ পক্ষত থকা আৰএছএছে অসমৰ শেহতীয়া পৰিস্থিতিত চিন্তিত হৈ পৰিছে। বিধেয়কখন আইনত পৰিণত হ’লে ব্ৰহ্মপুত্ৰ উপত্যকাত বিজেপিৰ ভেটি থৰকবৰক হোৱাৰ আশংকাত চিন্তিত সংঘ পৰিবাৰ। সেয়ে এই সমগ্ৰ বিষয় চালি জাৰি চাই আৰএছএছে এই বৈঠকতে সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।

ইফালে, জানিব পৰা মতে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াক লৈও সন্তুষ্ট নহয় আৰএছএছ। খচৰা তালিকাত হাজাৰ হাজাৰ চিনাক্ত বিদেশীসহ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভূক্ত হোৱাত সংঘই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ক লৈ সৃষ্টি হোৱা ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন, সোণোৱাল চৰকাৰৰ কাম-কাজক লৈ ৰাইজৰ ক্ষোভ-অসন্তুষ্টি, এন আৰ চিক লৈ সৃষ্টি হোৱা নানা বিসংগতি আদিয়ে দেখা দিয়াৰ সময়তে আৰএছএছ প্ৰান্তৰ বৈঠকখনে স্বাভাৱিকতে অসমৰ ৰাজনীতিত বিশেষ প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতনমহলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

July 14, 2026 10:30 am
১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক: কাৰাবন্দী মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ ‘অপসাৰণ’ৰ পৰিৱৰ্তে ‘নিলম্বন’ৰ পৰামৰ্শ সংসদীয় সমিতিৰ

১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক: কাৰাবন্দী মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ ‘অপসাৰণ’ৰ পৰিৱৰ্তে ‘নিলম্বন’ৰ পৰামৰ্শ সংসদীয় সমিতিৰ

July 14, 2026 10:01 am
লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

লৰ্ডছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে!  প্ৰশংসাত পঞ্চমুখ সূৰ্যকুমাৰ যাদৱ

July 14, 2026 9:07 am
হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

হৰমুজ প্ৰণালীত মিছাইল আক্ৰমণ, জুই লাগিল ইউ এ ইৰ তেল টেংকাৰত; নিহত ভাৰতীয় নাৱিক

July 14, 2026 8:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

July 14, 2026 10:30 am
১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক: কাৰাবন্দী মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ ‘অপসাৰণ’ৰ পৰিৱৰ্তে ‘নিলম্বন’ৰ পৰামৰ্শ সংসদীয় সমিতিৰ

১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক: কাৰাবন্দী মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ ‘অপসাৰণ’ৰ পৰিৱৰ্তে ‘নিলম্বন’ৰ পৰামৰ্শ সংসদীয় সমিতিৰ

July 14, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd