• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গৌৰীসাগৰত বিশাল জোঁৰ সমদল

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
May 26, 2018 10:10 pm
ajycp protest at gaurisagar
124
VIEWS
Share on FacebookShare on Twitter

৮৫৫ জন চহিদৰ চৰম ত্যাগৰ বিনিময়ত হোৱা অসমৰ জাতি-বৰ্ণ নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজে আদৰি লোৱা ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ জৰিয়তে অবৈধ বিদেশীক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিবলৈ উদ্যোগ লোৱা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই আজি ২৬ মে’ৰ সন্ধ্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ( AJYCP )ৰ গৌৰীসাগৰ আঞ্চলিক সমিতিয়ে বিতৰ্কিত বিধেয়কখনৰ বাতিলৰ দাবীত এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে।

গৌৰীসাগৰ পৰিবহণ নিগম বাছ আস্থানৰপৰা সংগঠনটোৰ কেইবা শতাধিক সদস্যৰ লগতে আছু, আটাছু আৰু স্থানীয় ৰাইজে হাতে হাতে জোঁৰ লৈ চৰকাৰবিৰোধী বিভিন্ন শ্লোগানেৰে গৌৰীসাগৰৰ আকাশ বতাহ কঁপাই তোলে।

এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৌৰীসাগৰ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ উপৰিও জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাস, উপ সভাপতি প্ৰাঞ্জল শৰ্মাৰ লগতে আছুৰ জিলা সমিটিৰ সাংগঠনিক সম্পাদক দেৱব্ৰত দাস, আছুৰ গৌৰীসাগৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া ইন্দ্ৰানুজ বৰা, আটাছুৰ জিলা সমিতিৰ উপ সভাপতি মৌচুম গগৈ আৰু আলোচনাপন্থী গোটৰ কেন্দ্ৰীয় নেতা মনোজ লাহন আদি উপস্থিত থাকি অবৈধ বাংলাদেশীৰ ইছ্যুক সাম্প্ৰদায়িক ৰং সানি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু লৈ অসমৰ ৰাইজক সংকটৰ মাজলৈ ঠেলি দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ৰাজ্যখনৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব আৰু পৰিচয়ৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিব খোজা বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে যুজঁ দি যাব বুলি মন্তব্য কৰে৷

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd