• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ৰুদ্ৰসাগৰ আৰু গৌৰীসাগৰত জোঁৰ সমদল অঃ জাঃ যুঃ ছাঃ পৰিষদৰ

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , June 1, 2018 11:18 pm

1 min read

ajycp protest
88
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰুদ্ৰসাগৰ আৰু গৌৰীসাগৰ আঞ্চলিক সমিতিয়ে আজি ১জুনত নিজ নিজ অঞ্চলত প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে।

শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত ৰুদ্ৰসাগৰ আঞ্চলিক সমিতিয়ে বলীয়াঘাটত জোঁৰ সমদল কৰাৰ বিপৰীতে গৌৰীসাগৰ আঞ্চলিক সমিতিয়ে গৌৰীসাগৰ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে।

দুয়োখন আঞ্চলিক সমিতিৰ সদস্যসকলে হাতে হাতে জোঁৰ লৈ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ‘সৰ্বানন্দ সোণোৱাল চৰকাৰ হুঁচিয়াৰ’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী জোঁৰ সমদল দুটাত দুয়োখন আঞ্চলিক সমিতিৰ নেতৃত্বৰ উপৰি জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাস, উপ সভাপতি প্ৰাঞ্জল শৰ্মা, উপদেষ্টা দুলাল গগৈ আৰু সাংগঠনিক সম্পাদকদ্বয় ক্ৰমে প্ৰয়াস গোস্বামী আৰু বিশ্বজিৎ দাসে অংশগ্ৰহণ কৰে।

Recent News

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

লুইচ বাৰ্জাৰ, সাৰদা, ধনুকা প্ৰসংগ টানি হিমন্তক তুলাধুনা লুৰীণজ্যোতিৰ

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

বােকাখাতত ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদযাপন; বাটৰ নাট আৰু ফ্লেচ ম’ব ডাঞ্চৰ প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd