• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক : আজি গুৱাহাটীত প্ৰতিবাদ সাৱ্যস্ত কৰিব নেছ’ৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 10:57 am
11-05-18 Guwahati- NESO meeting on Amendment Bill (8)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠনৰ উমৈহতীয়া মঞ্চ নেছ’ৱে বৃহস্পতিবাৰে শ্বিলঙত যুটীয়া সংসদীয় সমিতিক সাক্ষ্য প্ৰদান কৰাৰ পিছত শুকুৰবাৰে নে’ছৰ নেতাসকল গুৱাহাটীত মিলিত হয়। শ্বিলঙত আঠখন ৰাজ্যৰ জাতীয় সংগঠন একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা ঘোষণা কৰিছিল।

শুকুৰবাৰে নে’ছৰ অন্তৰ্ভুক্ত আটাইকেইটা সংগঠনৰ নেতাৰ উপস্থিতিত গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত হয়। আছুৰ কেন্দ্ৰীয় কাৰ্যালয় শ্বহীদ ন্যাসত অনুষ্ঠিত হোৱা বৈঠকত নে’ছৰ সভাপতি চেমুৱেল জেৰুৱা, মুখ্য সম্পাদক চিনাম প্ৰকাশ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ উত্তৰ -পূবৰ ৰাজ্যৰ ৮ সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।

Apply Now

উক্ত বৈঠকত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সহ আছুৰ কেইবাগৰাকী নেতা উপস্থিত থাকে।

নেছ’ৱে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি চুবুৰীয়া দেশৰ পৰা হিন্দু শৰণাৰ্থী আনি সংস্থাপন কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে এই কাৰ্য কেতিয়াও মানি নলয় বুলি কয়। চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা নাগৰিক আহিলে সেয়া কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ -পূৰ্বাঞ্চলৰ ভাষা-সংস্কৃতিৰৰ লগতে অস্তিত্বৰ প্ৰতি ভাবুকি আহিব বুলি কয় নেতাসকলে।

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু নেছ’ৰ হৈ চেমুৱেল জেৰুৱাই কয় যে আমি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন  ৰাজ্য লগ লাগিছো যাতে চৰকাৰে কোনো কাৰণতে বিদেশী সংস্থাপনৰ পক্ষে আইন গৃহিত কৰিব নোৱাৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শনিবাৰে নেছ’ৱে গুৱাহাটী মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰি ২১ মে’ত উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্যৰ ৰাজধানীসমূহত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে,  শীঘ্ৰে নেছ’ৰ এটি প্ৰতিনিধি দল দিল্লীত উপস্থিত হৈ পুনৰ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

এনআৰচিৰ উন্নীতকৰণৰ সময়ত কোনো লোকে এনআৰচিৰ কামত বাধা আহিব পৰা কোনো মন্তব্য প্ৰকাশ কৰিলে সেই ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আছুৱে। আনহাতে নেছ’ৱে দ্বি-নাগৰিকত্ব ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰি প্ৰতিবাদ গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

July 11, 2026 9:03 pm

প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতাক লৈ চিপিআইৰ প্ৰশ্ন, ৰাম মন্দিৰ অনুদান কেলেংকাৰীক কেন্দ্ৰ কৰি ৰাজনৈতিক চাপ বৃদ্ধি

July 11, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd