• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ডিব্ৰুগড়ত কৃষক মুক্তিৰ প্ৰতিবাদ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
June 18, 2018 6:57 pm
15-06-18-Chabua-KMSS-meeting-4-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত কৃষক মু্ক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় কেইটামান সংগঠনৰ সহযোগত আজি ডিব্ৰুগড়ত এটা প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে। এই প্ৰতিবাদী শোভাযাত্ৰাটো ডিব্ৰুগড়ৰ পুৰণি ল’ৰা হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰি প্ৰধান পথটোৰে পাৰ হৈ যায়। প্ৰতিবাদী সমদলটোৱে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি প্ৰদৰ্শন কৰি বিতৰ্কিত বিধেয়কখন বাতিৰ দাবী তোলে।প্ৰতিবাদীসকলে বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি চৰকাৰখনে কেন্দ্ৰই সংশোধন কৰিব খোজা বিধেয়কখথনখনক বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সমৰ্থন কৰাক গৰিহণা দিয়ে।

কৃষক নেতা অখিল গগৈয়ে কয় যে নাগৰিকত্ব বিধেয়কখন সংশোধন কৰি বিজেপি চৰকাৰখনে অসমলৈ বাংলাদেশী অনিবলৈ বিচাৰিছে। বিতৰ্কিত বিধেয়কখনক অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰে। অসমৰ ভাষ, সংস্কৃতি আৰু চিনাকিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিধায়কখন বাতিল কৰাৰ বাবে কৃষক নেতাগৰাকীয়ে দাবী তোলে।

Apply Now

তেওঁ অভিওযগ তোলে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে এই বিধেয়কখন আইনত পৰিণত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে।

উল্লেখ্য যে ২০১৬ৰ আগষ্ট মাহত সদনত উত্থাপন কৰা নাগৰিকত্ব (সংশোধনী) বিধেয়ক,২০১৬ৰ দ্বাৰা নাগৰিকত্ব আইন,১৯৫৫ সংশোধন কৰিব বিচৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা ধৰ্মীয় সংখ্যালঘূসকলক নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে।

অসম চুক্তি অনুসৰি, ১৯৭১ৰ মাৰ্চৰ ২৪তাৰিখৰ পাছত প্ৰৱেশ কৰা সকলক অবৈধ নাগৰিক হিচাপে গণ্য কৰা হৈছে কিন্তু বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ স্বাৰ্থ আৰু মতামতৰ বিৰুদ্ধে গৈ ধৰ্মৰ ভিত্তিত অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰিব বিছাৰিছে।

কৃষক নেতাগৰাকীয়ে কয় যে এই বিধেয়কখনৰ জৰিয়তে বিজেপিয়ে অসমৰ ধৰ্মনিৰপেক্ষ সম্প্ৰদায়টো খণ্ডিত কৰি  এটা ভাষিক সংখ্যালঘূ সম্প্ৰদায়ত পৰিণত কৰি অসমীয়া  জাতিক রাজনৈতিকভাবে দুর্বল কৰাৰ কৌশল ৰচনা কৰিছে। তেওঁ কয় যে অসমক ডেৰ কোটি হিন্দু বাংলাদেশীৰ চৰণীয়া হ’বলৈ হ’বলৈ এৰি দিয়া নহয় আৰু এই বিধেয়কখন বাতিল নকৰালৈকে তেওঁলোকে যুঁজ কৰি যাব।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd