• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ লগতে কেইবাটাও দাবীত পাঠশালাত আছুৰ ৩০ ঘণ্টীয়া অনশন ধৰ্মঘট

NE NOW NEWS শশাংক তালুকদাৰ
বজালী , May 27, 2018 7:13 pm

1 min read

Pathsala Ansolik Students union strike
75
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰা, অসম চুক্তি ৰূপায়ন কৰা, অসম চুক্তিৰ আধাৰত সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা আৰু ভাৰত-বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ পাঠশালা আঞ্চলিক সমিতিয়ে কালি পুৱা ৬ বজাৰ পৰা আজি দিনৰ ১২:৩০ বজালৈ এক ৩০ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

পাঠশালা নগৰৰ শৰিমন্দিৰৰ চৌহদত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মোখত অনুষ্ঠিত উক্ত ধৰ্মঘটৰ প্ৰতি অঞ্চলটোৰ স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠনে সহাৰি আগবঢ়োৱা দেখা যায়।

বজালী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা অৰূপজ্যোতি দাসে আঁত ধৰা অনুষ্ঠানটোত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমুদ্ৰ পাটগিৰি, প্ৰাক্তন আছু কৰ্মী প্ৰেমানন্দ কাকতি, দিলীপ বৰুৱা, অগপৰ বজালী জিলা সমিতিৰ সম্পাদক জিন্তু চৌধুৰী, অসম উন্নতি সভাৰ সম্পাদক চানক্য দাস, সমাজকৰ্মী গগণ চৌধুৰী, পাঠশালা ৰিক্সা-থেলা চালক সন্থাৰ সম্পাদককে ধৰি বহু কেইগৰাকীয়ে বক্তব্য প্ৰদান কৰে।

উক্ত অনশনত পাঠশালা প্ৰেছ ক্লাব আৰু প্ৰেছ গীল্ড সদস্যও উপস্থিত থাকি তেওঁলোকৰ সমৰ্থন আগবঢ়ায়।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd