• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ডিফু চহৰ

NE NOW NEWS নংগে টেৰাং
ডিফু , June 9, 2018 9:56 am

1 min read

AASU-Protest-in-Diphu-1-570x320
79
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিপক্ষে অসমৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে । শেহতীয়াভাৱে কাৰ্বি আংলং জিলাৰ ডিফু চহৰতো দেখা গ’ল গণ প্ৰতিবাদৰ সেই চিনাকী দৃশ্য।

শুকুৰবাৰে আছুৰ কাৰ্বি আংলং জিলা সমিতিয়ে স্থানীয় বিভিন্ন সংগঠনৰ সমৰ্থনত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিপক্ষে এটা বিৰাট প্ৰতিবাদী সমদল বাহিৰ কৰে।

এই প্ৰতিবাদী সমদল ডিফু ক্লাবৰ পৰা আৰম্ভ হৈ ডিফু বজাৰৰ মাজেৰে গৈ পুনৰ ডিফু ক্লাবত সমাপ্ত হয়।

আছুৰ ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ছোৰজুন হাঞ্চেই কয়, ‘কেন্দ্ৰই বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বাতিল কৰিব লাগে। যদি মেঘালয় চৰকাৰৰ কেবিনেট কমিটীয়ে এই বিধেয়কৰ বিৰোধিতা কৰিব পাৰে, অসম চৰকাৰে নোৱাৰে কিয়?’

তেওঁ আৰু কয়, ‘যদিহে অসম চুক্তি বলৱৎ হয়, তেন্তে অসমৰ খিলঞ্জীয়া বাসিন্দাসকল সুৰক্ষিত হ’ব। যথেষ্ট সংখ্যক অবৈধ নাগৰিক প্ৰৱেশ কৰি থকা ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব লাগে।’

অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ বাবে ভাৰত আৰু বাংলাদেশ চৰকাৰ দ্বিপাক্ষিক আলোচনাত বহিব লাগে।

কাৰ্বি ছাত্ৰ সন্থাৰ (KSA), ছিমিওন ৰংফাৰৰ গোট, কাৰ্বি উইমেন জাষ্টিছ ফ’ৰাম, কাৰ্বি লামেত আমেই, ডিফু মছজিদ সমাজ, তাই আহোম সাংস্কৃতিক সমাজ, সদৌ ডিমাছা ছাত্ৰ সন্থা, সদৌ গোৰ্খা ছাত্ৰ সন্থা, কাৰ্বি আংলং মহিলা সমিতি, ষ্টুডেণ্টছ এণ্ড য়ুথ ফ’ৰ জাষ্টিছ আদি সংগঠনে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd