• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন মণিপুৰী সমাজৰ   

NE NOW NEWS গৌতম তালুকদাৰ
শিলচৰ , May 8, 2018 7:21 am

1 min read

IMG-20180507-WA0008
107
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সমৰ্থন জনাইছে শিলচৰৰ কমিটি অন কালচাৰ ফৰ পিচ এণ্ড ইন্টিগ্ৰিটি সংগঠনে। সোমবাৰে শিলচৰ প্ৰেছক্লাৱত  সংবাদ মেল পাতি সংগঠনটোৰ অধ্যক্ষ এছ কমলাকান্ত সিংহই এই কথা জনায়।

তেওঁ কয় যে অসমৰ বৃহত্তৰ মণিপুৰী সমাজে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনাইছে। সম্প্ৰতি মণিপুৰী সাহিত্য পৰিষদ, মৈৰা পাইবি সংগঠন সহ মণিপুৰী সমাজৰ শীৰ্ষ সংগঠন সমূহ বিধেয়কখনৰ পক্ষত থিয় দিছে ।

ইতিমধ্যে জেপিচিৰ স’তে সাক্ষাৎকাৰ কৰিবলৈ সংগঠনৰ ফালৰ পৰা আমি আৱেদন জনাইছো। মণিপুৰী সকল বৃহত্তৰ হিন্দু ধৰ্মালম্বী লোকক লৈ এইখন দেশত বাস কৰিব বিচাৰে। ভাৰতবৰ্ষখন ধৰ্মীয় তথা দ্বিজাতি তত্ত্বত বিভাজন হৈছিল। এইক্ষেত্ৰত ধৰ্মৰ ভিত্তিত হিন্দু সকলক  নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত সমূহ নাগৰিকে বিধেয়কখন সমৰ্থন কৰা উচিত বুলি তেওঁ মন্তব্য কৰে।

আনহাতে কালিৰ সংবাদ মেলত  সংগঠনটোৰ পক্ষে ড° কে এন চাং সিংহ, অধিবক্তা শান্তনু নায়েক, কে এইচ ধীৰেন সিংহ, ড°এইচ ৰাজমণি সিংহ আৰু থৈবা সিংহই বিধেয়কৰ পক্ষত জোৰদাৰ  সমৰ্থন জনায়। তেওঁলোকে কয়, মণিপুৰী সমাজৰ সমৰ্থন নাই বুলি এটা পক্ষই যি বিবৃতি দিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd