• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাইলৈৰ পৰা কৃষক মুক্তিৰ গণ সচেতনতা অভিযান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 12, 2018 1:06 pm
WhatsApp
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে কাইলৈৰ পৰা  কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে আৰম্ভ কৰিব গণ সচেতনতা অভিযান।

আজি এই সন্দৰ্ভত এক সংবাদ মেলৰ আয়োজন কৰি কৃষক নেতা গৰাকীয়ে কয়— ‘অসম আন্দোলনৰ সময়ত বুকৰ তেজেৰে ‘তেজ দিম তেল নিদিওঁ’ বুলি লিখি প্ৰতিবাদ সাব্যস্ত কৰা দুলাল শৰ্মাৰ চানমাৰিৰ স্মৃতি স্তম্ভত পুৱা ৮ বজাত সংকল্প লৈ এই গণ সচেতনতা অভিযানৰ আৰম্ভ কৰা হ’ব। পৰৱৰ্তী সময়ত ৮.৩০ বজাৰ পৰা বেলতলা বজাৰত ৰাইজৰ মাজত বিতৰণ কৰা হ’ব প্ৰচাৰ পত্ৰ।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে এই প্ৰচাৰ পত্ৰ দুখীয়া শ্ৰমিকৰ পৰা ধনী মানুহজনলৈ অৰ্থাৎ সমাজৰ সৰ্বস্তৰৰ লোকক দিয়া হ’ব’।

Apply Now

আনহাতে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ অসমবাসীক ঐক্যবদ্ধ কৰিব বুলি প্ৰকাশ কৰি কৃষক নেতাগৰাকীয়ে নিজকে অসমীয়া বুলি ভবা প্ৰতিজন লোককে এই বিধেয়কৰ বিৰোধিতা কৰাৰ আহ্বান জনায়।

উল্লেখযোগ্য যে প্ৰথমিক পৰ্যায়ত এই গণ সচেতনতা অভিযান মহানগৰীত আৰম্ভ কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ ছখন চহৰ ক্ৰমে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, তেজপুৰ আৰু বৰপেটাত বিশাল সমাৱেশ অনুষ্ঠিত কৰি কৰা হ’ব বুলিও প্ৰকাশ কৰে অখিল গগৈয়ে।

সংবাদ মেলখনত অখিল গগৈয়ে লগতে কয় যে আন্দোলনৰ কাৰ্যসূচী হিচাপে গুৱাহাটীত এক লাখকৈ লোকৰ উপস্থিতিত দুখনকৈ বিশাল সভা অনুষ্ঠিত কৰি বিধেয়কখনৰ বিৰোধিতা কৰিব কৃষক মুক্তিয়ে। এই প্ৰসংগতে তেওঁ  JPCৰ পৰ‍ৱৰ্তী শুনানিত ৰাজ্যৰ সকলো সংগঠনৰ জিলা, আঞ্চলিক শাখাক স্মাৰক পত্ৰ দিয়াৰ আহ্বান জনায়। আনহাতে ৰাজ্যখনৰ গাঁওসভা, মহিলা সমিতি, ক্লাব , সাংবাদিক সন্থা, নামঘৰ, মন্দিৰ, মছজিদ সমিতি সমূহক স্মাৰক পত্ৰ দিয়াৰ আহ্বান জনায় কৃষক নেতাগৰাকীয়ে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অখিল গগৈয়ে অসমৰ সকলো অসমীয়া মাধ্যমৰ বিদ্যালয়, জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতনক শোভাযাত্ৰা কৰি চৰকাৰক এই বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে শিল্পীসকলক মঞ্চত অনুষ্ঠান পৰিবেশনৰ সময়ত বিধেয়কৰ বিৰূদ্ধে প্ৰচাৰ কৰাৰ আহ্বান জনায়।

একেখন সংবাদ মেলত কৃষক নেতাগৰাকীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ কটাক্ষ কৰি কয় যে হিতেশ্বৰ শইকীয়াৰ বেয়া দিনৰ নিচিনা হৈছে বৰ্তমানৰ সোনোৱালৰ অৱস্থা।সেয়েহে সোনোৱালক এতিয়া ছাত্ৰ-ছাত্ৰীযে খেদিব ধৰিছে। তেওঁ লগতে

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ধিক্কাৰ দি অসম আন্দোলনৰ নেতাই এই  বিধেয়কৰ সমৰ্থনত কেনেকৈ কথা ক’ব পাৰে বুলি কৈ আশ্চৰ্য প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

July 11, 2026 9:03 pm

প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতাক লৈ চিপিআইৰ প্ৰশ্ন, ৰাম মন্দিৰ অনুদান কেলেংকাৰীক কেন্দ্ৰ কৰি ৰাজনৈতিক চাপ বৃদ্ধি

July 11, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd