DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যজুৰি অগপৰ গণ স্বাক্ষৰ অভিযান আৰম্ভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 12, 2018 2:08 pm
sApp
135
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সোণোৱাল চৰকাৰৰ অন্যতম মিত্ৰদল অসম গণ পৰিষদে। সেয়েহে এই বিতৰ্কিত বিধেয়কখনৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অগপই আজিৰে পৰা আৰম্ভ কৰিছে ব্যাপক গণ স্বাক্ষৰ অভিযান।

মুখ্যতঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সম্পূৰ্ণৰূপে বাতিল কৰিবৰ বাবে বিশেষভাৱে তৎপৰতা অৱলম্বন কৰি অগপই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগপৰ কাৰ্যকৰ্তাসকলে এই বিতৰ্কিত বিধেয়কখনৰ বিৰোধীতাৰে প্ৰায় ৫০ লাখ গণস্বাক্ষৰ সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

আজি গুৱাহাটীৰ দিঘলীপুখুৰীপাৰত অগপৰ মহানগৰ জিলা সমিতিয়ে এই স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে।উল্লেখ্যযোগ্য যে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজি এই গণস্বাক্ষৰ অভিযানৰ আৰম্ভ কৰে। তাৎপৰ্যপূৰ্ণ কথা যে এয়ে যে কৃষক নেতা অখিল গগৈয়েও এই অভিযানত অংশ লৈ  স্বাক্ষৰ কৰে।

আনহাতে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে এই অভিযানত অংশগ্ৰহণ কৰে। অসম যুব পৰিষদৰ ৰাজ্যিক সভাপতি সুনীল ডেকাই নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে বৰ্তমানলৈকে দিঘলীপুখুৰীৰপাৰত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ মিলি প্ৰায় ২০০০ লোকে স্বাক্ষৰ কৰাৰ লগতে তেওঁলোকে আজিৰ দিনটোত ১০ হাজাৰ স্বাক্ষৰ সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি লৈছে।

অগপউল্লেখযোগ্য যে যেতিয়ালৈকে ৫০,০০০০০ সাক্ষৰ সংগ্ৰহ নহয়, তেতিয়ালৈকে এই স্বাক্ষৰ অভিযান চলি থাকিব বুলি সদৰী কৰিছে অগপৰ এটা শীৰ্ষ সূত্ৰই। আনহাতে গুৱাহাটীৰ দীঘলীপুখুৰীৰপাৰৰ লগতে চান্দমাৰি, পানবজাৰ আৰু দিছপুৰতো এই গণ স্বাক্ষৰ অনুষ্ঠিত কৰা হৈছে। জানিব পৰা মতে আজিৰে পৰা ৩০ মে’ পৰ্যন্ত ৰাজ্যজুৰি গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে অগপই।

নাগৰিকত্ব সংশোধনী বিধেয়ক অতি শীঘ্ৰে বাতিল কৰাৰ দাবীত অসম গণ পৰিষদে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত জোঁৰ সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজিৰ এই স্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচী স্বাভাৱিকতে যথেষ্ট তাৎপৰ্যপূৰ্ণ।

Recent News

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd