• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গহপুৰ আৰু তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
May 14, 2018 5:34 pm
APCC Protest_Gohpur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত গহপুৰ আৰু তেজপুৰত কংগ্ৰেছে আজি পৃথকে পৃথকে প্ৰতিবাদী সমদল বাহিৰ কৰে। কেন্দ্ৰই হিন্দু বাংলাদেশীক সংস্থাপনৰ লক্ষ্যৰে অনা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা ৰাজ্যৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো অংশতে হৈ থকাৰ সমান্তৰালভাৱে কংগ্ৰেছেও বিভিন্ন ঠাইত পৰ্য্যায়ক্ৰমে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্য্যসূচী লৈ আহিছে। আজি তাৰেই অংশ হিচাপে এই প্ৰতিবাদী সমদল উলিওৱা হৈছিল।

গহপুৰত প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে কেইবাজনো নেতাই অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰীসকলে গহপুৰ চহৰৰ মাজেৰে এটা সমদল উলিয়ায়। সমদলক সম্বুধি দিয়া ভাষণত ৰিপুণ বৰাই বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

Apply Now

আনহাতে বিধেয়কখনৰ বিৰোধিতাত শোণিতপুৰ জিলা সাহিত্যিক সমাজেও সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে কয় যে এই বিধেয়কখন হ’ল অসমৰ থলুৱা লোকৰ নৃগোষ্ঠীয় পৰিচয়, সাংস্কৃতিক পৰিচয় আৰু ভাষাক ধ্বংস কৰিব। লগতে কয় যে অসমে আৰু কোনো বিদেশীৰ বোজা ল’ব পৰা অৱস্থাত নাই। সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে জিলাৰ উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় কমিটীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছ কমিটীয়ে জিলাৰ সভাপতি ভীমানন্দ তাঁতী আৰু হিৰণ্য বৰাৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। প্ৰতিবাদী কাৰ্য্যসূচীটোত ৰাজ্যিক কমিটীৰ সদস্য নৱ তালুকদাৰ আৰু দিগন্ত চৌধুৰীয়েও অংশ গ্ৰহণ কৰে। সূত্ৰটোৱে জনোৱামতে, তেজপুৰ আৰু ডেপোতা ব্লক কংগ্ৰেছে বিধেয়কখনৰ বিৰোধিতাত গণস্বাক্ষৰ সংগ্ৰহ কৰে। দুদিনত প্ৰায় ১০ হাজাৰ লোকৰ স্বাক্ষৰ সংগ্ৰহ কৰা বুলি জানিবলৈ দিয়ে। আজি এই স্বাক্ষৰ সম্বলিত বিৰোধিতাৰ পত্ৰখন শোণিতপুৰ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ দাসৰ হাতত দিয়া হয়। সূত্ৰটোৱে জানিবলৈ দিয়া মতে, কংগ্ৰেছকৰ্মীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শৱদাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই ক’ৰ্ট চাৰি আলিত বিধেয়কখনৰ বিৰোধিতাৰে প্ৰচাৰপত্ৰ বিতৰণ কৰে।

 

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd