• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে শান্তি আলোচনা প্ৰক্ৰিয়া বন্ধ হ’ব : অৰবিন্দ ৰাজখোৱা

NE NOW NEWS
, May 14, 2018 10:47 pm

1 min read

Arabinda Rajkhowa oppose Citizenship Bill
99
VIEWS
Share on FacebookShare on Twitter

অৱশেষত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। যদিহে এই বিধেয়ক সংসদত গৃহীত হয় তেন্তে চলি থকা শান্তি আলোচনা প্ৰক্ৰিয়া বন্ধ হ’ব পাৰে বুলি তেওঁ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে।

ৰাজ্যৰ জনসাধাৰণক বিপদত পেলোৱা এই বিধেয়কক গৃহীত কৰিবলৈ কেন্দ্ৰই যদি আঁকোৰগোঁজ স্থিতি লয় তেন্তে শান্তি আলোচনা আগবঢ়াই নিয়াৰ কোনো যুক্তি নাই বুলি মন্তব্য কৰি তেওঁ কয়, ‘আমি আৰু বিদেশীৰ বোজা ল’ব নোৱাৰো। শান্তি আলোচনাৰ মূল উদ্দেশ্যই আছিল অসমৰ জনসাধাৰণৰ সাংবিধানিক ৰক্ষাকবচ সুনিশ্চিত কৰা। কেন্দ্ৰই যদি বিধেয়কখনক গৃহীত কৰাৰ বাবে ইমান উত্ৰাৱল তেন্তে শান্তি আলোচনা আগবঢ়াই নিয়াৰ কি যুক্তি আছে?’

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে আজি ডিব্ৰুগড় থানা চাৰিআলিত অনুষ্ঠিত এক প্ৰতিবাদ আৰু স্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

এই বিধেয়কখনক অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতি ভাবুকিস্বৰূপ বুলি উল্লেখ কৰি তেওঁ ইয়াক অনতিপলমে বাতিল কৰিবলৈ কেন্দ্ৰক দাবী জনায়।

ইয়াৰ উপৰি সমূহ ৰাজ্যবাসীক বিধেয়কখনৰ বিৰুদ্ধে উলাই আহিবলৈ আহ্বান জনাই তেওঁ কয়, ‘মই ৰাজ্যৰ প্ৰত্যেক গৰাকী নাগৰিককে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো’।

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd