DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কাইলৈ নলবাৰীত বিশাল প্ৰতিবাদী সমাৱেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2018 10:48 am
Citizenship

প্ৰতিনিধিত্বমূলক চিত্ৰ

88
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬কে ধৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদি নেতৃত্বাধীন চৰকাৰ আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ জনবিৰোধী আৰু জাতীয় স্বাৰ্থ-বিৰোধী নীতি, সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি আৰু ইয়াৰ স্বৈৰতান্ত্ৰিক প্ৰৱণতাৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাৰ বাবে অহা ২৩ মে’ বুধবাৰে নলবাৰী নাট্য মন্দিৰ প্ৰাংগনত এক বৃহৎ প্ৰতিবাদী সমাৱেশ আয়োজন কৰা হৈছে।

উল্লেখ্য যে ‘জন একতা, জন অধিকাৰ আন্দোলন’ শীৰ্ষক শ্ল’গানৰ আধাৰত দেশজুৰি হ’বলগা আন্দোলনৰ অংশ হিচাপে নলবাৰীত এই প্ৰতিবাদী সমাৱেশৰ আয়োজন কৰা হৈছে। নিখিল ভাৰত কৃষক সভাৰ নলবাৰী জিলা সমিতি, ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই) নলবাৰী জিলা সমিতি, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডি ৱাই এফ আই) জিলা সমিতি, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি (এ আই ডি ডব্লিউ এ) আৰু চি আই টি ইউৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত কাইলৈ দিনৰ ১০-৩০ বজাত সমাৱেশ অনুষ্ঠিত কৰা হ’ব।

সোমবাৰে কৃষক সভাৰ নেতা ৰবীন মিশ্ৰ, ডি ৱাই এফ আইৰ প্ৰদীপ শৰ্মা, এছ এফ আইৰ মৌচুমী গোস্বামী, চি আই টি ইউৰ মহেশ্বৰ দত্ত আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ মঞ্জু মিশ্ৰই এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনকেইটাৰ সমৰ্থক তথা জিলাখনৰ সকলো ৰাইজৰ অংশগ্ৰহণৰ বাবে এক বিবৃতিযোগে অনুৰোধ জনায়।

জানিব পৰা মতে বুধবাৰৰ সমাৱেশত সংগঠনকেইটাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাকে ধৰি মুঠ এঘাৰটা দাবী উত্থাপন কৰিব বুলি বিবৃতিটোত উল্লেখ কৰিছে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 01 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd