• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত আটাছুৰ অৰ্ধ উলংগ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গোলাঘাট , May 24, 2018 6:46 pm

1 min read

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত আটাছুৰ অৰ্ধ উলংগ প্ৰতিবাদ
126
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত প্ৰতিদিনে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি গোলাঘাট জিলাতো তাই আহোম ছাত্ৰ সন্থাই অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে অৰ্ধউলংগ হৈ আৰু মুণ্ডন কাৰ্যসূচী পালন কৰি নাগৰিকত্ব বিধেয়ক, ২০১৬ বাতিলৰ দাবী জনায়।

লগতে প্ৰতিবাদস্থলীত তাই আহোম ছাত্ৰ সন্থাই অৰ্ধউলংগ হৈ আৰু মুণ্ডন কাৰ্যসূচী পালন কৰি কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল লকৰিলে চৰকাৰে যি কোনো পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়নি প্ৰদান কৰে।

প্ৰতিবাদকাৰী সকলে এই নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে হাতে হাতে হেংদাং লৈ ওলাই আহি অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমূহীয়া মুণ্ডন কৰি কোনো কাৰণত জাতিধ্বংসী বিধেয়ক খন কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে।

আনহাতে চৰকাৰে যদি এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰে তেন্তে অনাগত দিনত তাই আহোম ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ প্ৰদান কৰে। আটাছুৱে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে যদি চৰকাৰে বিলখন বাতিল নকৰে তেন্তে অনাগত দিনত তীব্ৰ আন্দোলনৰ মুখামুখি হব লাগিব চৰকাৰখন।

Recent News

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd