DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাম্বাৰপাৰাত অজগৰ উদ্ধাৰ : প্ৰকৃতি প্ৰেমী ৰাইজে গতাই দিলে বন বিভাগক

ইয়াছিন আলী by ইয়াছিন আলী
May 12, 2018 11:34 am
a15dd713-5130-4f92-927e-24d173f933dc

নাম্বাৰপাৰাত উদ্ধাৰ হোৱা অজগৰটো। ফটো : ইয়াছিন আলী

182
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে বঙাইগাঁও জিলাৰ কোকিলাৰ নিকটৱৰ্তী নাম্বাৰপাৰাত এজন লোকে কৰায়ত্ব কৰিলে বৃহৎ আকাৰৰ এটা অজগৰ সাপ।

নাম্বাৰপাৰাৰ লালচান নামৰ লোক জনে গছৰ পৰা ধৰি আনে এই অজগৰ সাপটো। প্ৰায় ৩০ কেজি ওজন ১১ ফুট দীঘল সাপটো চাবলৈ স্থানীয় লোক ভৰি পৰে নাম্বাৰপাৰাত।

অতি যতনেৰে সাপটো ধৰি  কোকিলা আৰক্ষীৰ সহযোগত বনবিভাগক ৰাইজে গতাই দিয়ে। নাম্বাৰপাৰা, শৌলমাৰী, চাকলা অঞ্চলৰ জনসাধাৰণে যে জংঘলৰ পৰা ওলাই অহা জীৱ জন্তু দেখিলে তাক সযতনে ৰাখি বনবিভাগক গতাই দি প্ৰকৃতি প্ৰেমৰ পৰিচয় দিছে তাৰ বাবে সকলোৱে ধন্যবাদ জনায়।

বৰ্তমান প্ৰকৃতিৰ ওপৰত মানুহৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জীৱ-জন্তুসমূহৰ আৱাস স্থল সংকুচিত হৈ পৰা দেখা যায় আৰু ইয়াৰ পৰিণতিতে বন্যপ্ৰাণীসমূহ কেতিয়াবা জনাঞ্চললৈ ওলাই আহে।

সৰীসৃপ সমূহেও প্ৰায়েই খাদ্যৰ সন্ধানত ওলাই আহোতে মানুহৰ বসতি অঞ্চলত প্ৰৱেশ কৰে। প্ৰকৃতিপ্ৰেমী লোকে ইয়াক সযতনে বননিলৈ পঠিয়াই দিয়ে বা কেতিয়াবা তাক কৰায়ত্ব কৰি সন্তৰ্পনে বন বিভাগৰ হাতত গতাই দিয়ে।

Recent News

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

বঙাইগাঁও চেম্বাৰ অৱ কমাৰ্চৰ দ্বি -বাৰ্ষিক সাধাৰণ সভা ,চেম্বাৰ্ছ ডায়েলগ স্মৰণিকা উন্মোচন

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd