• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামৰূপত ছাত্ৰ সন্থাৰ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা

NE NOW NEWS অক্ষয় প্ৰণৱ কলিতা
নামৰূপ , April 3, 2018 3:30 pm

1 min read

bihu workshop
293
VIEWS
Share on FacebookShare on Twitter

ৰঙালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগে আকাশ বতাহ মুখৰিত কৰি ৰাজ্যৰ চৌদিশে এতিয়া চলিছে বিহু কৰ্মশালা। আন ঠাইৰ লগতে নামৰূপতো আৰম্ভ হৈছে ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালা । নামৰূপ ৰাজহুৱা খেলপথাৰত সোমবাৰৰ পৰা জিলা ছাত্ৰ সন্থাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এই কৰ্মশালা।

জিলা ছাত্ৰ সন্থাৰ সভপতি লিখন বৰুৱাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত জিলাখনৰ প্ৰায় ২১০গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে ১৩০গৰাকী প্ৰশিক্ষাৰ্থীয়ে বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে বাকী ৮০গৰাকীয়ে ল’ব ঢোল বাদনৰ প্ৰশিক্ষণ।

উল্লেখ্য যে এই প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিব বিখ্যাত ঢোল বাদক তথা ঢোলৰ ওজা ভূপেন গগৈ আৰু বিহু নাচনি ৰিমাক্ষী দিহিঙিয়াই।

১২ এপ্ৰিললকৈ চলিব লগা এই কৰ্মশালাৰ সামৰণি পৰিব এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে। সামৰণি নিশা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশন কৰিব কৰ্মশালাত প্ৰশিক্ষিত প্ৰশিক্ষাৰ্থীসকলে।

কৰ্মাশালাৰ শুভাৰম্ভণি অনুষ্ঠানত আছুৰ সভাপতি কল্পজ্যোতি গগৈ, সম্পাদক মানস জ্যোতি চাংমাই, আছু জিলা শিক্ষা সম্পাদক অবনী কুমাৰ গগৈ, আছু জিলা উপ সভাপতি জয়ন্ত দুৱৰাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰি স্থানীয় অঞ্চলৰ বহু লোকো উপস্থিত থাকে কৰ্মশালাখনত।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd