DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, December 11, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামৰূপত নাগিৰকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল

অকশ্বয় প্ৰণৱ কলিতা by অকশ্বয় প্ৰণৱ কলিতা
May 7, 2018 9:52 pm
78
VIEWS
Share on FacebookShare on Twitter

আজি নামৰূপত সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা আৰু নামৰূপৰ সমূহ দল-সংগঠনৰ উদ্যোগত নাগিৰকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত এক জোঁৰ সমদল বাহিৰ কৰে।

এই জোঁৰ সমদলত নামৰূপৰ বিভিন্ন দল সংগঠনৰ লগতে প্ৰায় ১ হাজাৰ লোকে অংশ গ্ৰহণ কৰি যুটীয়া সংসদীয় সমিতিক ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ দাবী জনায়।

এই জোঁৰ সমদলটোত নামৰূপ আছুৰ শিক্ষা সম্পাদক অৱনী কুমাৰ গগৈয়ে কয় যে আমি মৰিবলৈ সাজু আছো আৰু অসমত কোনো বিদেশীক থাকিবলৈ দিয়া নহ’ব।

আছুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মানসজ্যোতি চাংমাই আৰু আছুৰ জিলা সমিতিৰ সভাপতি কল্পজিৎ গগৈয়ে কয় যে ‘নৰেন্দ্ৰ মোদী চৰকাৰে জই আই অসম ধ্বনি আৰু মিছা প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীলৈ আহিলে। নৰেন্দ্ৰ মোদী চৰকাৰে আমাক মুৰ্খ বুলি ভাবিছে আৰু আমি এতিয়া আমাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দুয়োজনকে লৈ লজ্জিত আৰু এতিয়া আমি অসমক ধ্বংস কৰিবলৈ কোনো সুযোগ নিদিওঁ।’

Recent News

Manoj Bajpayee

নিজৰ জীৱন শেষ কৰাৰ কথা ভাবিছিল মনোজ বাজপেয়ীয়ে! কিয় আহিছিল এই চিন্তা!

ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ মূল্যৱান হাতীৰ দাঁত : দুজনক গ্ৰেপ্তাৰ

ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ মূল্যৱান হাতীৰ দাঁত : দুজনক গ্ৰেপ্তাৰ

দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

৩৭০ বাতিল বৈধ, জম্মু-কাশ্মীৰক দিব লাগিব ৰাজ্যৰ মৰ্যাদা : উচ্চতম ন্যায়ালয়

৩৭০ বাতিল বৈধ, জম্মু-কাশ্মীৰক দিব লাগিব ৰাজ্যৰ মৰ্যাদা : উচ্চতম ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd