DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

নামৰূপত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ-২০১৬ৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান 

অক্ষয় প্ৰণব কলিতা by অক্ষয় প্ৰণব কলিতা
May 19, 2018 4:03 pm
Mass signature
67
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাবে অশনি-সংকেট কঢ়িয়াই অনাৰ বাবে তথা আইনৰ জৰিয়তে অসমক বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিবলৈ আগবঢ়া নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ ২০১৬ৰ বিৰুদ্ধে নামৰূপত গণস্বাক্ষৰ অভিযান আৰম্ভ হৈছে। অগপৰ আঞ্চলিক কমিটীয়ে অসম গণ যুব পৰিষদৰ আঞ্চলিক কমিটীয়ে নামৰূপৰ ৰাইজৰ সহযোগত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ ২০১৬ৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান. আৰম্ভ কৰিছে। অগপৰ স্থানীয় বিধায়ক নৰেন সোণোৱালে কয় যে ১৯৭১ৰ ২৫ মাৰ্চলৈকে অসমলৈ অহা সকলকহে অসমত গ্ৰহণ কৰা হ’ব আৰু বাকী সকলক অসমৰ পৰা বিতাড়িত কৰি দিয়া হ’ব।

গণ স্বাক্ষৰ অভিযানত উপস্থিত থকাসকলৰ ভিতৰত আছে অগপ যুব পৰিষদৰ আঞ্চলিক কমিটীৰ সভাপতি পাপু ভুঞা, অগপৰ আঞ্চলিক সম্পাদক ফুলু বৰুৱা, অগপৰ আঞ্চলিক পৰিষদৰ সভাপতি তিলেশ্বৰ বৰা, নামকৰূপ প্ৰেছ আৰু ছোচাইটী, অগপৰ জিলা সম্পাদক পুতল সোণোৱাল, অগপৰ কেন্দ্ৰীয় কমিটীৰ সদস্য ধ্ৰুব শইকীয়া ইত্যাদিৰ উপৰিও এই কাৰ্যসূচীত ১০,০০০তকৈও অধিক লোকে অংশগ্ৰহণ কৰে।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd