DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাৰীজনিত অপৰাধৰ সংখ্যা হ্ৰাস কৰিবলৈ ওদালগুৰি প্ৰশাসনে লৈছে সজাগতা অভিযানৰ কাৰ্য্যসূচী

চাজিদ খান by চাজিদ খান
April 14, 2018 7:43 pm
Crimes-Against-Women-680x365
93
VIEWS
Share on FacebookShare on Twitter

সমাজত নাৰীৰ বিৰুদ্ধে বৰ্ধিত অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলা প্ৰশাসনে জিলাখনৰ কিছুমান নিৰ্বাচিত অংশ আৰু নিৰ্বাচিত জনাংশৰ মাজত সজাগতামূলক অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত কৰিছে।

এই কাৰ্য্যসূচীৰ অংশস্বৰূপে জিলা প্ৰশাসনে ইতিপূৰ্বে দুটা শিবিৰ অনুষ্ঠিত কৰিছে। ইয়াৰে এটা ১০ এপ্ৰিলত জিলাখনৰ মাজবাট থানাৰ অন্তৰ্গত মাজবাট চাহ বাগিচাত আৰু আনটো পেনেৰী আৰক্ষী থানাৰ অন্তৰ্গত গুৰাঝাৰত ১২ এপ্ৰিলত অনুষ্ঠিত হয়।

সূত্ৰটোৱে জনোৱা মতে অহা ১৭ এপ্ৰিলত ডিমাকুচি আৰক্ষী থানাৰ অন্তৰ্গত আঠেৰিঘাত একে ধৰণৰ আন এটা সজাগতাৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব। তাৰ পিছত অহা ২০ এপ্ৰিলত ৰৌতা আৰক্ষী চকীৰ অন্তৰ্গত ইকৰাবাৰী আৰু ফাঁকিদিয়াত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব। শেষত অহা ২৪ এপ্ৰিলত কলাইগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত কলাইগাৱঁত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব।

জিলা প্ৰশাসনৰ সূত্ৰটোৱে জনোৱামতে অভিযানটোত জিলাৰ আৰক্ষী অধীক্ষক, জিলাৰ আইনী সেৱা প্ৰাধিকাৰী, সমাজ কল্যাণ বিষয়া, বিভিন্নটা স্বেচ্ছাসেৱী সংস্থা, মহিলা সংগঠন আৰু কেইবাটাও চৰকাৰী-বেচৰকাৰী সংস্থাই এই অভিযানত অংশগ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে যোৱা কেইমাহত গোটেই দেশৰ লগতে ৰাজ্যখনতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা, বিশেষকৈ ধৰ্ষণ আৰু হত্যাৰ ঘটনা।

 

Recent News

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd