• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাৰীৰ বিৰুদ্ধে সংঘটিত অত্যাচাৰ আৰু বঞ্চনাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

NE NOW NEWS অনন্ত স্মিথ
শিৱসাগৰ , March 26, 2018 1:47 pm

1 min read

index
107
VIEWS
Share on FacebookShare on Twitter

যি দেশত নাৰীৰ সন্মান নাই , সেই দেশৰ উন্নতি নাই। সমাজত নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নাৰীৰ অধিকাৰসমূহো নিশ্চিত কৰিব লাগিব। বৰ্তমান অসমত সংঘটিত হৈ থকা নাৰীৰ প্ৰতি অত্যাচাৰ আৰু বঞ্চনাৰ বিৰুদ্ধে শিৱসাগৰত সষ্টি হৈছে প্ৰৱল  প্ৰতিবাদৰ ঢৌ।

নগাঁওৰ নাৰকীয় কিশোৰী ধৰ্ষণ আৰু মহিলা বিশ্ববিদ্যালয় বিলুপ্তিকৰণৰ বিৰুদ্ধে শিৱসাগৰৰ জাগৃত নাৰী সমাজ আৰু আহোম সেনাই সোমবাৰে পৃথক পৃথক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

জাগৃত নাৰী সমাজে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক দুঘণ্টীয়া অৱস্থাধ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি নগাঁওৰ নাৰকীয় কাণ্ডৰ গৰিহনা দি এনে কাণ্ডৰ লগত জড়িত অপৰাধীক কঠোৰ শাস্তি বিহি নাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰৰ আগত দাবী উত্থাপন কৰে।

আনহাতে, শিৱসাগৰ পুখুৰীৰ পাৰত আহোম সেনাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় বিলুপ্তিৰ চৰকাৰৰ সিদ্ধান্ত আৰু নগাঁও কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰে আহোম সেনা।

চৰকাৰৰ পৃষ্ঠপোষকতাত বিশ্ববিদ্যালয় বিলুপ্তি নাৰীৰ অধিকাৰত এক আঘাত বুলি মন্তৱ্য কৰে আহোম সেনাৰ নেতৃত্বই।

আনহাতে, নগাঁৱৰ ধৰ্ষণ কাণ্ডৰ দৰে অমানুষিক অপৰাধৰ লগত জড়িত অপৰাধীক কঠোৰতম শাস্তি প্ৰদানৰ বাবে চৰকাৰক কঠোৰ আইন প্ৰণয়নৰ বাবে সংগঠনটোৱে দাবী জনায়।

Recent News

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd