• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰী শক্তি আমাৰ লগত থাকিলে ‘অগপ’ক কোনেও ৰোধ কৰিব নোৱাৰে : মন্ত্ৰী ফণীভূষণ চৌধুৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2018 10:03 am
Asom_Parishad6

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলেই খেলিম আৰু ইয়াৰ বাবে আমি সাজু। আজিৰ এই মহিলা সমাৰোহ খনত এনেদৰে স্বতঃস্ফুৰ্তভাৱে মহিলাসকল ওলাই অহাটোৱে ইংগিত বহন কৰিছে যে অসমত বিজেপিৰ স্থিতি কি। এনেদৰে যদি নাৰী সমাজ আমাৰ লগত থাকে তেতিয়া হ’লে পৃথিৱীৰ কোনো শক্তিয়ে আমাক ৰোধ কৰিব নোৱাৰে’। এই মন্তব্য অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ।

দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগত এখন মহিলা সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যৰ অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এইদৰে মন্তব্য কৰা দেখা যায়।

Apply Now

উল্লেখ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ ভেটি মজবুত কৰাৰ উদ্দেশ্যেই অগপৰ সৰভোগ সমষ্টিৰ উদ্যোগত সৰভোগৰ গান্ধী ভৱন প্ৰাংগণত এই বিশাল মহিলা সমাৰোহখন অনুষ্ঠিত হয়। সমাৰোহত মহিলাৰ উপস্থিতি দেখি আপ্লুত হৈ পৰা মন্ত্ৰী চৌধুৰীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টিত এইদৰে ওলাই অহা মহিলাসকলে প্ৰমাণ কৰি দিয়ে যে আচলতে সমষ্টিটোত উন্নয়নৰ নমুনা।

ইয়াৰ উপৰি তেওঁ কয় যে আমি এশ শতাংশই নিশ্চিত যে পঞ্চায়ত নিৰ্বাচনত সৰভোগ সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়তে আমি দখল কৰিবলৈ সক্ষম হম।

আনহাতে বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসেও দলৰ কাৰ্যকলাপৰ বিষয়ে বিস্তৃত ৰূপত ব্যাখ্যা কৰাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জাতিৰ স্বাৰ্থত অগপক ভোট দি অসমখনক বচাবলৈ আহ্বান জনায়।

বিশাল মহিলা সমাৰোহখনত বৰপেটা জিলা মহিলা সমিতিৰ সভানেত্ৰী সীতা বৰ্মন, মহিলা সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী বৰদা কলিতা, সংগঠনটোৰ কেন্দ্ৰীয় সদস্য পুলিন দাসৰ লগতে জিলাখনৰ বিভিন্ন শীৰ্ষ পৰ্যায়ৰ নেতৃবৃন্দ উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

June 24, 2026 5:44 pm
এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd