• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে দুগৰাকী মহিলাক, তিনিজনক আটক

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
April 27, 2018 9:30 pm
মানৱ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলদৈ আৰক্ষীয়ে বৃহস্পতিবাৰে এখন ধাবাৰ পৰা অভিযান চলাই এগৰাকী যুৱতী আৰু এগৰাকী বিবাহিত মহিলাক মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ লগতে তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন তিনি যুৱকে যুৱতী আৰু বিবাহিত মহিলা গৰাকীক গুৱাহাটীলৈ অনাৰ বাবে যোজা চলাওঁতেই হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় মঙলদৈ আৰক্ষী।

Apply Now

মানৱ সৰবৰাহৰ কাৰ্যত জড়িত তথা আটকাধীন তিনি যুৱকক আৰক্ষীয়ে ক্ৰমে জুলহাছ আলী আৰু বাবু আলী ইলায়েছৰ পুত্ৰ ৰিজাউল হক(২৪), চুকুৰ আলীৰ পুত্ৰ মহিজুল ইছলাম(২৭) বুলি চিনাক্ত কৰাৰ লগতে দুই যুৱক বটাবাৰী গাঁৱৰ নিবাসী বুলি জনায়। ইফালে আনজন যুৱক দৰং জিলাৰ দলগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বেচামাৰী গাঁৱৰ নিৱাসী আব্দুল হামিদৰ পুত্ৰ ছাহ আলম বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে আটকাধীন যুৱক কেইজনৰ কৱলৰ পৰা মানৱ সৰবৰাহকাৰী কাৰ্যত জড়িত এ এছ ০১ এক্স ১৮৬৭ নামৰ এখন মাৰুতী এল্ট’ জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে মঙলদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই বৃবস্পতিবাৰে নিশা পুনিয়াৰ এন পি ধাবাত যুৱক কেইজনক দুগৰাকী যুৱতীৰ সৈতে দেখা পাই সন্দেহ ওপজে। ফলত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে যুৱক কেইজনক সোধ-পোছ কৰাত তেওঁলোকে নিজকে হিন্দু ধৰ্মৰ বুলি পৰিচয় দিয়ে।

কিন্তু আৰক্ষীয়ে যুৱক কেইজনৰ পৰিচয়পত্ৰ চোৱাত কৰাত তেওঁলোকৰ প্ৰকৃত স্বৰূপ ওলাই পৰে। লগে লগে আৰক্ষীয়ে যুৱক কেইজনক আটক কৰি সোধ-পোছ কৰাত উক্ত যুৱতী আৰু বিবাহিত মহিলা গৰাকীক কৌপাতি অঞ্চলৰ পৰা কৌশলেৰে গুৱাহাটীলৈ পঠিওৱাৰ বাবে অনা বুলি স্বীকাৰোক্তি দিয়ে।

ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে মানৱ সৰবৰাহ কাৰ্যত জড়িত যুৱক কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৩৭২ ধাৰাৰ অধীনত ৩১৮/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তিনিওজনকে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd