• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছৰ চকা বন্ধত ব্যাহত গুৱাহাটীৰ স্বাভাৱিক জীৱন যাত্ৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 20, 2018 2:35 pm

1 min read

BharatBandh_2-570x320

ফাইল ফটো

74
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল–ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধি, অত্যাধিক হাৰত বীমা মাচুল বৃদ্ধি কৰা, টোলগেট ব্যৱস্থা বন্ধ কৰা আদি বিভিন্ন দাবীৰে আজি নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে চকা বন্ধ দিয়াৰ ফলত আজি গুৱাহাটী মহানগৰীত বন্ধ হৈ পৰে চিটি বাছৰ চলাচল।

সাধাৰণতে সদাব্যস্ত গুৱাহাটী মহানগৰীত এইদৰে চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ ফলত দুৰ্ভোগ ভূগিবলগীয়া হয় সাধাৰণ জনতা।

ব্যৱসায়িক যান বাহনৰ চলাচল বন্ধ হৈ পৰাত স্থানীয় লোকসকলৰ লগতে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়।

চকা বন্ধৰ কাৰ্যসূচীক মহানগৰৰ চিটি বাছ চালক আৰু মালিক সন্থাই সমৰ্থন কৰা বুলি জানিব পৰা গৈছে। ফলত পথত গাড়ী-মটৰৰ চলাচল তেনেই সেৰেঙা হৈ পৰিছে।

উল্লেখ্য যে কেবাটাও দাবী পূৰণৰ প্ৰতিবাদত নিখিল ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে আহ্বান জনোৱা চকা বন্ধৰ কাৰ্যসূচীয়ে মুঠতে মহানগৰীৰ সৰ্বসাধাৰণ লোকক বিপাঙত পেলোৱা পৰিলক্ষিত হয়।

Recent News

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd