• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজে সজা চিতাত জাপ দি গহপুৰত কলেজ শিক্ষকৰ আত্মহত্যা

প্রনব কুমাৰ দাস by প্রনব কুমাৰ দাস
June 28, 2018 9:53 am
suicide-570x320

ময়ূৰী কাকতি। ফটো : প্ৰনব কুমাৰ দাস

164
VIEWS
Share on FacebookShare on Twitter

গহপুৰৰ কলাবাৰী কলেজৰ এগৰাকী অধ্যাপিকাই মঙলবাৰে আত্মহত্যা কৰাৰ ঘটনাত ৰহস্যৰ সৃষ্টি হৈছে। বাতৰি অনুসৰি গহপুৰৰ হাৱাজানত এই ঘটনা সংঘটিত হৈছে। কলাবাৰী কলেজৰ ৰাজনৈতিক বিজ্ঞানৰ এগৰাকী অধ্যাপিকা ময়ূৰী কাকতিয়ে হাৱাজনৰ তেওঁৰ ঘৰৰ চৌহদতে গাত জুই লগাই নিজেই সজা চিতাত জাপ দি আত্মহত্যা কৰে।

স্থানীয় লোকে জানিব দিয়া মতে অধ্যাপিকাগৰাকীয়ে তেওঁৰ হাৱাজানৰ ঘৰটোত অকলে বাস কৰিছিল। তেওঁৰ পিতৃ-মাতৃ আৰু চিকিৎসক ভাতৃ বিশ্বনাথ চাৰিআলিৰ ঘৰত বাস কৰে।

সোমবাৰে তেওঁ তেওঁলোকৰ বিশ্বনাথ চাৰিআলিত থকা ঘৰলৈ গৈ পিতৃ-মাতৃ তথা ভাতৃক সাক্ষাৎ কৰি আহিছিল। স্থানীয় লোকৰ মতে ময়ূৰীৰ কিছুমান বিষয়ক লৈ তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে কথা কটাকটি হৈছিল। তেওঁ পিছদিনা হাৱাজানৰ ঘৰলৈ উভতি আহিছিল আৰু তেওঁক অসন্তুষ্ট যেন দেখা গৈছিল।

জানিব পৰা মতে ময়ূৰীয়ে তেওঁৰ ঘৰৰ পিছফালে এখন চিতা সাজিছিল আৰু তাত জাপ দিয়াৰ আগতে গাত জুই লগাইছিল। সহায় বিচাৰি তেওঁ কৰা চিঞৰ শুনি স্থানীয় লোক আহি তেওঁৰ ঘৰত ভৰি পৰিছিল। তেওঁক ততাতয়াকৈ ধলপুৰলৈ লৈ যোৱা হয় আৰু তাৰপৰা তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ নিয়া হয়। কিন্তু জিএমচিএইচতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

গহপুৰৰ মহকুমা আৰক্ষী বিষয়া তিলক দাসে নৰ্থইষ্ট নাওক কয় যে এই বিষয়ত এতিয়ালৈকে কোনো এজাহাৰ দাখিল কৰা হোৱা নাই।

 

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd