• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ ১০ বছৰীয়া পুতেকক মৰিয়াই হত্যা কৰা নিষ্ঠুৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

স্মিতা ভাট্টাচাৰ্য by স্মিতা ভাট্টাচাৰ্য
June 25, 2018 10:53 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

101
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত চেলেং চাহ বাগানৰ ৭ নম্বৰ লাইনৰ নিবাসী ৰাজু গড় আৰু ববিতা গড়ক নিজৰে পুতেকক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। পিতৃ-মাতৃৰ প্ৰহাৰত নিহত শিশুটি লাওজান প্ৰাথমিক বিদ্যালয়ৰ পৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ আছিল।

উল্লেখযোগ্য যে শনিবাৰে ৰাজু গড়ে নিজৰে কণমানি ১০ বছৰীয়া পুতেক অভিজিৎ গড়ক স্কুলৰ পৰা অহাৰ পিছতে লগে লগে লগৰ সমনীয়াৰ সৈতে ঘৰৰ এচৰৰ জাঁজী নৈত সাঁতুৰিবলৈ যোৱাৰ বাবে লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে। তাৰোপৰি মাকেও অভিজিতক চেণ্ডেলেৰে প্ৰহাৰ কৰে।

আনহাতে পিতৃ-মাতৃৰ প্ৰহাৰত কণমানি শিশুটি অচেতন হৈ পৰাৰ লগতে তেজ বমি কৰিবলৈ ধৰাত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে আমগুৰি সামুহিক স্বাস্থ্য কেন্দ্ৰত শিশুটিক ভৰ্তি কৰে। কিন্তু স্বাস্থ্য কেন্দ্ৰত শিশুটিৰ অৱস্থা সংকটজনক হোৱাত লগে লগে যোৰহাট হস্পিতাললৈ প্ৰেৰণ কৰে।

কিন্তু দুৰ্ভাগ্যবশত কণমানি শিশুটিয়ে দেওবাৰে নিশা যোৰহাট হস্পিতালতে শেষ নিশ্বাস ত্যাগ কৰে।

আনহাতে মৰণোত্তৰ পৰীক্ষাৰ পৰা জানিব পৰা মতে পিতৃ-মাতৃৰ প্ৰহাৰত কণমানি শিশুটিয়ে যকৃত, বৃক্ক আৰু হাওঁফাওঁত গুৰুতৰভাৱে আঘাত পায়।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd