DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজ সমষ্টি মাজুলীত কলৰ ভূৰত তুলি বাংলাদেশলৈ বুলি বিসৰ্জন মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 11, 2018 6:20 pm
protest against cm sonowal

প্ৰতিনিধিত্বমূলক ছবি

94
VIEWS
Share on FacebookShare on Twitter

ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ খোদ নিজৰ সমষ্টি মাজুলীতে ব্যপক গণ বিক্ষোভৰ সম্মুখীন হ’ব লগা হৈছে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ( Sarbananda Sonowal )। সদৌ চুতীয়া ছাত্ৰ সন্থাৰ মাজুলী সমিতিয়ে আজি ১১ মে’ত মুখ্য মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতিৰ লগতে প্ৰস্তাৱিত বিধেয়কখনৰ প্ৰতিলিপি কলৰ ভূৰত উঠাই বাংলাদেশলৈ বুলি খেৰকটীয়া নদীত বিসৰ্জন দিয়ে।

‘খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ এই বিধেয়কৰ বিৰোধিতাৰে’ আজি সদৌ চুতীয়া ছাত্ৰ সন্থাই মাজুলীৰ নতুন বজাৰত প্ৰতিবাদ সাব্যস্ত কৰি ‘জাতিৰ এই সংকটৰ সময়ত নীৰৱ ভূমিকা লোৱা একালৰ জাতীয় নায়ক তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নীৰৱতাক ধিক্কাৰ’ দিয়ে।

নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত মাজুলীৰ আকাশ কঁপাই তুলি ছাত্ৰ সংগঠনটোৱে ‘দল-সংগঠন নিৰ্বিশেষে সকলোকে এই বিধেয়ক বাতিল কৰিবৰ বাবে ওলাই আহিবলৈ আহ্বান জনায়’।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সোণোৱাল যোৱা ৩০ জানুৱাৰিত গোলাঘাটৰ আঠখেলীয়াত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ ৫ম দ্বিবাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd