• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনমুখী মেঘালয়ত জব্দ বাৰ লাখ নগদ টকা : গুৱাহাটীৰ সমীপৰ ৰি ভ’ই জিলাত জব্দ টকাখিনি

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , February 25, 2018 5:26 pm

1 min read

নিৰ্বাচনমুখী মেঘালয়ত জব্দ বাৰ লাখ নগদ টকা : গুৱাহাটীৰ সমীপৰ ৰি ভ’ই জিলাত জব্দ টকাখিনি

প্ৰতিনিধিত্বমূলক ছবি

121
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনমুখী মেঘালয়ত জব্দ হৈছে ১২ লাখ নগদ টকা।

জিলা নিৰ্বাচনী বিষয়া চি পি গ’টমাৰেই জনোৱা অনুসৰি কালি ৰি ভ’ই জিলাত মুঠ ১২.৩৯ লাখ টকা জব্দ কৰা হৈছে। মেঘালয়ৰ গুৱাহাটীৰ সমীপৱৰ্তী ৰি-ভ’ই জিলাৰ যোৰাবাটত ৩ জন বেলেগ বেলেগ লোকৰ পৰা ১ লাখ, ১ লাখ ৪৩ হাজাৰ ৬শ আৰু ৪ লাখ আৰু জিলা সদৰ নংপ’ত এখন গাড়ীৰ পৰা ৫ লাখ ৯৬ হাজাৰ টকা জব্দ কৰে।

মেঘালয়ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত এফ আৰ খাৰকংগৰে পূৰ্বে জনাইছিল যে নিৰ্বাচনৰ আৰ্হি আচৰণবিধি বলবৎ হোৱাৰ পিছত ৰাজ্যখনত কোনো ব্যক্তিয়ে ৫০ হাজাৰতকৈ অধিক নগদ টকা লগত ৰাখিলে তেওঁক কৰ্তৃপক্ষই প্ৰশ্ন কৰিব।

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা এতিয়ালৈকে ৪০ লাখতকৈ অধিক টকা জব্দ কৰা হৈছে।

উল্লেখযোগ্য যে ৬০ জনীয়া মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ ৱিলিয়ামনগৰ সমষ্টিক বাদ দি বাকী ৫৯ খন আসনৰ নিৰ্বাচন ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব ।

Recent News

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

DwjFNkjVAAIIlm3-750x375

অৱশেষত জল্পনা-কল্পনাৰ অৱসান : প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd