DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

নিৰ্বাচন উপলক্ষে ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত চোকা নজৰ ৰাখিব সীমান্ত সুৰক্ষা বাহিনীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2018 4:13 pm
90
VIEWS
Share on FacebookShare on Twitter

সমাগত ২০১৮ চনৰ ত্ৰিপুৰা বিধান সভা নিৰ্বাচন উপলক্ষে ভাৰত-বাংলাদেশৰ ৮৫৬ কলোমিটাৰ দৈৰ্ঘ্যৰ ত্ৰিপুৰাৰ সীমান্ত অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীক চোকা নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে। বাংলাদেশৰ পৰা বেআইনী কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দ্যশ্যে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে বুলি নিৰ্বাচনী বিষয়াই জানিবলৈ দিছে।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰণিকান্তৰ উদ্যোগত সীমান্ত সুৰক্ষা বাহিনীৰ এটা আগশাৰীৰ দলৰ লগত বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘কিছু দিন পূৰ্বে সীমান্ত সুৰক্ষা বাহিনীৰ আই জিৰ সৈতে হোৱা আলোচনাত সকলোবোৰ ভোট কেন্দ্ৰ আৰু সীমান্তৰ গতি বিধি জি পি এছ পদ্ধতিত নিৰীক্ষণ কৰিব বুলি সিদ্ধান্ত লোৱা হয়। আৰু অতি শীঘ্ৰে এই ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰা হ’ব’। আগৰতলাত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে তৰণিকান্তই।

কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনী আয়োগৰ প্ৰয়োজন সাপেক্ষে সুৰক্ষা বাহিনী মোতায়েন কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে আৰু ৰাজ্যত অতি শীঘ্ৰে কেন্দ্ৰীয় পেৰামিলিটেৰী বাহিনী মোতায়েন কৰা হ’ব বুলি মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰণিকান্তই জনায়। তেওঁ লগতে কয় যে সীমান্ত অঞ্চলত থকা তথা বাহিৰত থকা ভাৰতীয় লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়।

বিষয়া জনে কোৱা অনুসৰি ত্ৰিপুৰা নিৰ্বাচনৰ বাবে ৩১৭০টা ভোট কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু ভোটকেন্দ্ৰ সমূহৰ দুৰত্ব অধিক হোৱা বাবে কেন্দ্ৰ সমূহ সম্প্ৰসাৰণ কৰাৰ বাবে অধিক চিন্তা চৰ্চা চলোৱা হৈছে। ভোটাৰসকলৰ সুবিধাৰ্থে তথা কেন্দ্ৰ সমূহৰ দূৰত্ব কমোৱাৰ উদ্দ্যশ্যে আৰু ৪৪টা ভোটকেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছো। গোটেই বিষয়টো চালি জাৰি চোৱাৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে ইটো ভোটকেন্দ্ৰৰ পৰা আনটো ভোটকেন্দ্ৰৰ মাজৰ দূৰত্ব হ’ব ৩.৫ কি.মি। তাৎপৰ্যপূৰ্ণ যে এতিয়া ত্ৰিপুৰা বিধান সভা নিৰ্বাচনত সৰ্বমুঠ ৩২১৪টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব বুলি বিষয়াজনে উল্লেখ কৰে।

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd