DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 18, 2018 12:34 pm
সঁজাত বন্দী বাঘ
112
VIEWS
Share on FacebookShare on Twitter

নুমলীগড়ৰ শোধনাগাৰৰ নগৰাঞ্চলত বন বিভাগে পতা এটা পিঞ্জৰাত আজি পুৱতি নিশা এটি মাইকী নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয় ৷

দীর্ঘদিন ধৰি নগৰাঞ্চলৰ ফুটুকানিত বাঘজনীয়ে বিচৰণ কৰি ফুৰা দেখিছিল নগৰাঞ্চলৰ বাসিন্দাই ৷

নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই বাঘজনী কৰায়ত্ব কৰিবৰ বাবে বন বিভাগক জনাইছিল ৷ গোলাঘাট সংমণ্ডলৰ নুমলীগড় খণ্ড বন কাৰ্যালয়ে বাঘজনী কৰায়ত্ব কৰাৰ বাবে উক্ত স্থানত লোৰ পিঞ্জৰা স্থাপন কৰে ৷

বন বিভাগে স্থাপন কৰা এই পিঞ্জৰাতে আজি পুৱতি নিশা আৱদ্ধ হয় বাঘজনী ৷ সম্প্ৰতি পিঞ্জৰাবদ্ধ বাঘজনীক নামবৰ অভয়াৰণ্যত মুকলি কৰি দিয়াৰ বাবে পৰিকল্পনা কৰা হৈছে ৷

উল্লেখ্য যে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ গাতে লাগি আছে দেওপাহাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল ৷ এই বনাঞ্চল নাহৰফুটুকী বাঘৰ অন্যতম আৱাসস্থলী ৷

নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ সম্প্ৰসাৰণ আৰু বিভিন্ন কাৰ্যকলাপে নাহৰফুটুকী বাঘৰ বিচৰণ শেষতীয়াকৈ বিপন্ন কৰি তুলিছে ৷ ইয়াৰ বাবে অকল নাহৰফুটুকী বাঘেই নহয় বনাঞ্চলৰ হাতীৰ জাকৰ বিচৰণতো বাধাৰ সৃষ্টি হৈ আহিছে।

যোৱা ১৩ মাৰ্চত গোলাঘাট জিলা প্ৰশাসনে বন বিভাগৰ সহযোগত নুমলীগড় শোধনাগাৰে নগৰাঞ্চলৰ নামত বেদখল কৰি দেওপাহাৰ সংৰক্ষিত বনাঞ্চলত নিৰ্মাণ কৰা পকী দেৱাল ভাঙি এক হেক্টৰ ভূমি বেদখল মুক্ত কৰে ৷

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd