• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছ কে বৰুৱাক নুমলীগড় ৰিফাইনেৰীৰ কাৰ্যবাহী সঞ্চালকৰ পদত নিযুক্তি প্ৰদান

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
January 31, 2018 9:52 pm
SK Barua
101
VIEWS
Share on FacebookShare on Twitter

এছ কে বৰুৱাক নুমলীগড় ৰিফাইনেৰীৰ কাৰ্যবাহী সঞ্চালকৰ পদত নিযুক্ত কৰা হৈছে। ৩১ জানুৱাৰিৰ পৰা বৰুৱাই ৰিফাইনেৰীটোৰ নতুন কাৰ্যবাহী সঞ্চালকৰূপে দায়িত্ব পালন কৰিব।

কাৰ্যবাহী সঞ্চালক হিচাপে নিয়োগ হোৱাৰ পূৰ্বে তেওঁ নুমলীগড় ৰিফাইনেৰীৰৰ বিত্ত সঞ্চালকৰ দায়িত্ব পালন কৰি আহিছিল। উল্লেখযোগ্য যে তেওঁৰ ভাৰতীয় তেল আৰু গেছ খণ্ডত ৩৩ বছৰ জোৰা অভিজ্ঞতা আছে।

তেওঁ ১৯৯৩ চনত ৰিফাইনেৰীটো প্ৰতিষ্ঠা বৰ্ষতে প্ৰথমজন স্থায়ী কৰ্মচাৰী হিচাপে প্ৰতিষ্ঠানটোত যোগদান কৰিছিল। প্ৰতিষ্ঠানটোত আৰম্ভণীৰে পৰা থকা বৰুৱাই যোৱা ২৪ টা বছৰত নুমলীগড় ৰিফাইনেৰীক এটা আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা প্ৰচুৰ বৰঙণি আগবঢ়াইছে।

ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা বৰুৱাই ডিব্ৰুগড়ৰ পৰাই তেওঁৰ স্কুলীয়া তথা কলেজীয়া শিক্ষা গ্ৰহণ কৰি দিল্লীত কষ্ট একাউণ্টেচি বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে।

 

Recent News

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

যোৰহাটৰ পৰা গুৱাহাটীলৈ আৰম্ভ দৈনিক চাৰ্টাৰ্ড বাছ সেৱা, ২০২৬ চনত উজনিৰ পৰা গুৱাহাটীলৈ চলিব বৈদ্যুতিক বাছ

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

কেৰালাত নিপা ভাইৰাচৰ আতংক! জাৰি কৰা হৈছে সতৰ্কবাণী

দুবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডন জয় ইটালীৰ আনিক ছিনাৰৰ

দুবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি উইম্বলডন জয় ইটালীৰ আনিক ছিনাৰৰ

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd