• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নেডা’ৰ তৃতীয় বাৰ্ষিক অধিৱেশনত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 20, 2018 12:43 pm

1 min read

WhatsApp
137
VIEWS
Share on FacebookShare on Twitter

কাৰ্যতঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যেই আজি গুৱাহাটীত অনুষ্ঠিত ‘নেডা’ৰ তৃতীয় বাৰ্ষিক অধিৱেশনত উপস্থিত হৈছেহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।

আজি পুৱা লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীক আদৰণি জনায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।  তাৰ পৰা তেওঁক পোনে পোনে কলাক্ষেত্ৰৰ কাৰ্যসূচীলৈ লৈ যোৱা হয়।

সমাগত লোকসভা নিৰ্বাচনত বিজেপিয়ে যাতে উত্তৰ- পূবৰ ২৫ খন আসনৰ ভিতৰত ২১ খন আসন দখল কৰিব পাৰে সেই সন্দৰ্ভত ‘নেডা’ৰ বৈঠকত আলোচনা কৰা হ’ব বুলি প্ৰকাশ কৰে বিজেপিৰ এটা শীৰ্ষ সূত্ৰই।

WhatsAppউল্লেখযোগ্য যে ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙক বাদ দি উত্তৰ- পূবৰ  বিজেপিশাসিত ৰাজ্য ক্ৰমে অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডু, নাগালেণ্ডৰ নেইফিঅ’ ৰিঅ’, মেঘালয়ৰ কনৰাড চাংমা, ত্ৰিপুৰাৰ বিপ্লৱ দে’, মণিপুৰৰ এন বীৰেণ সিং উপস্থিত হৈছেহি।

অসম প্ৰদেশ বিজেপিৰ প্ৰায় ১২০ গৰাকী মন্ত্ৰী- বিধায়ক এই বৈঠকত উপস্থিত হৈছে। আনহাতে বিজেপিৰ উত্তৰ- পূবৰ দায়িত্বত থকা ৰাম মাধৱ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামলাল, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজু, অজয় জামৱাল, অগপৰ সভাপতি অতুল বৰা, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, বিপিএফৰ হাগ্ৰামা মহিলাৰী, প্ৰমীলাৰাণী ব্ৰহ্ম উপস্থিত আছে। তদুপৰি ৰাজেন গোহাঁইকে ধৰি সাংসদ সকল উপস্থিত আছে সভাখনত।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd