• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেতৃত্বত অখিল, ৰহাৰ টোলগেট বন্ধৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 22, 2018 1:48 pm
টোলগেট বন্ধৰ দাবীত অখিল গগৈৰ নেতৃত্বত প্ৰতিবাদকাৰীৰ অৱস্থান। ফটো : নৰ্থইষ্ট নাও

টোলগেট বন্ধৰ দাবীত অখিল গগৈৰ নেতৃত্বত প্ৰতিবাদকাৰীৰ অৱস্থান। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি আহ্বান দিয়া যৌথ প্ৰতিবাদী কাৰ্যসূচীত উত্তাল হৈ পৰিছে ৰহা। নগাঁও জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ মাজতে অখিল গগৈৰ নেতৃত্বত শ শ প্ৰতিবাদকাৰীয়ে আহি টোলগেটৰ পৰা এশ মিটাৰমান দূৰত ৰাজপথতে বহি পৰি পথ অৱৰোধ কৰি তোলে।

জিলা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰা আৰু প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে গ্ৰহণ কৰা ব্যাপক নিৰপাপত্তা ব্যৱস্থাৰ মাজতে প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে অখিল গগৈৰ নেতৃত্বত আহি টোলগেট অভিমুখে ৰাওনা হয়। কিন্তু নিৰাপত্তাৰক্ষীৰ বাধা থকাৰ বাবে প্ৰতিবাদকাৰীসকলে ৰাজপথতে বহি পৰে।

Apply Now
raha protest
ৰহাৰ টোলগেট বন্ধৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ। ফটো : নৰ্থইষ্ট নাও

প্ৰতিবাদস্থলীতে নগাঁও জিলা প্ৰশাসনৰ বিষয়া আৰু অখিল গগৈৰ মাজত যুক্তি যুদ্ধ আৰম্ভ হয়। অখিল গগৈয়ে কয়, “টাউনশ্বিপৰ পৰা ১০ কি:মি আঁতৰলৈকে টোলগেট নিৰ্মাণ কৰাৰ নিয়ম নাই। গেটখন ৰহা টাউনৰ ৭ নং ৱাৰ্ডৰ অন্তৰ্গত।‘’

আনহাতে, নগাওঁ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসে মুকলিভাৱে স্বীকাৰ কৰে যে টোলগেটখন ৰহা টাউনৰ পৰা প্ৰায় ২ কি:মি: নিলগত আছে। অখিলৰ যুক্তিত প্ৰশাসনৰ বিষয়াসকল সেও মনাৰ লেখীয়া হৈ পৰে।

ইয়াৰ মাজতে প্ৰতিবাদ কৰাৰ কাৰণে প্ৰশাসনৰ অনুমতি লৈছিল বুলি দাবী কৰাত  প্ৰশাসনৰ লোকে প্ৰথমতে অস্বীকাৰ কৰে যদিও অনুমতি পত্ৰ দেখুওৱাত অতিৰিক্ত উপায়ুক্তই “এতিয়াহে দেখিছো” বুলি কয়।

অখিল গগৈয়ে গেটখন সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ বাবে আজিয়েই প্ৰতিশ্ৰুতি দিবলৈ জিলা প্ৰশাসনক দাবী জনায়। অখিল গগৈয়ে পুনৰ অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ ছিণ্ডিকেট চলাবৰ বাবে এই টোলগেট মুকলি কৰি ৰাখিছে।

আনহাতে, অখিল গগৈয়ে অভিযোগ কৰে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আহিছিল যদিও বাগৰি, নগাওঁত আৰক্ষী প্ৰশাসনে তেওঁলোকক আবদ্ধ কৰি ৰাখে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আক্ৰাছুৰ গকুল ব্ৰহ্ম, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়েও অংশগ্ৰহণ কৰে।

অখিল গগৈ আৰু অতিৰিক্ত উপায়ুক্তৰ যুক্তি তৰ্কৰ সমান্তৰালকৈ প্ৰতিবাদ চলি থকাৰ মাজতে উপায়ুক্তক প্ৰতিবাদস্থলীলৈ মতাৰ বাবে অখিলে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd