• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেহৰু যুৱ কেন্দ্ৰৰ স্বচ্ছতা পখৱাৰা আৰম্ভ : নগাঁৱত ১৫ দিন ধৰি চলিব গাঁৱে গাঁৱে স্বচ্ছতাৰ প্ৰচাৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , August 3, 2018 10:06 am

1 min read

nagaon pokhowara.docx photo
150
VIEWS
Share on FacebookShare on Twitter

নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যালয় চৌহদত স্বচ্ছতা পখৱাৰা ১৫ দিনীয়া এক বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে বৃহস্পতিবাৰে নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া ধনঞ্জয় তালুকদাৰৰ পৌৰোহিত্যত এখনি সভা অনুষ্ঠিত হয়।

সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পাছতে নেহৰু যুৱ কেন্দ্ৰৰ ১৮ টা উন্নয়ন খণ্ডৰ স্বেচ্ছা সেৱক-সেৱিকাসকলৰ লগতে উপস্থিত জিলাখনৰ বহুকেইটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি-সম্পাদক প্ৰমুখ্যে সদস্যসকলৰ মাজত স্বচ্ছতাৰ ওপৰত এক শপত বাক্য পাঠ অনুষ্ঠানো সম্পন্ন হয়।

কাৰ্যসূচী অনুসৰি ৩ আগষ্টলৈকে জিলাখনৰ গাঁও এলেকাসমূহ পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখা, ৪ আগষ্টৰ পৰা ৬ আগষ্টলৈ শৌচালয় আদি পৰিস্কাৰকৈ ৰখাৰ লগতে স্বচ্ছতা সম্পৰ্কে সজাগতা সভা, ৭ আগষ্টৰ পৰা ১০ আগষ্টলৈ প্ৰত্যেক গাওঁ এলেকা পৰিস্কাৰকৈ ৰখাৰ লগতে স্কুল, গাঁও পঞ্চায়ত কাৰ্যালয়, আদি চাফ-চিকুনকৈ ৰখা, ১১ আগষ্টৰ পৰা ১৩ আগষ্টলৈ গাঁও অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰ, চৰকাৰী কাৰ্যালয় আদি পৰিস্কাৰ কৰি ৰখাৰ লগতে ১২ আগষ্টত আন্তৰ্জাতিক যুৱ দিৱস পালন কৰা হ’ব।

১৪ আগষ্টত স্বচ্ছতা বিষয়ক সমদল কৰি ৰাইজৰ মাজত সজাগতা অনা আৰু ১৫ আগষ্টত স্বচ্ছতা পখৱাৰা অনুষ্ঠানৰ কি কি কাম কৰা হ’ল তাৰ পৰ্যালোচনা কৰা তথা ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস পালন কৰা হ’ব বুলি নগাঁও জিলাৰ নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া ধনঞ্জয় তালুকদাৰে জানিব দিয়ে।

Recent News

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd