• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নৰ্থ-ইষ্ট নাও এক্সুচিভ: চি পি এমৰ সাধাৰণ সম্পাদক হোৱাৰ পথত মাণিক চৰকাৰ

ছয়িদ বছিৰ by ছয়িদ বছিৰ
April 19, 2018 4:04 pm
Manik-Sarkar-678x381
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা মাহত অনুষ্ঠিত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হলেও পৰিচ্চন্ন ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনেৰে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক বিৰল  দৃষ্টান্ত হৈ পৰিছে কৰিছে ত্ৰিপুৰাৰ ভূতপূৰ্ব মুখ্য মন্ত্ৰী মাণিক সৰকাৰ  সৰকাৰৰ এই সুখ্যাতি আৰু সূক্ষ্ম ৰাজনৈতিক ভাৱাদৰ্শই  তেওঁক চি পি এম দলৰ সাধাৰণ সম্পাদক পদলৈ গৌৰৱেৰে আগবঢ়াই দিছে।

সেয়েহে হাইদৰাবাদত চলি থকা ২২সংখ্যক সন্মিলনত মাণিক সৰকাৰ দলটোৰ সাধাৰণ সম্পাদকৰ পদত অধিস্থিত কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Apply Now

দলটোৰ ৰাজনৈতিক ভাৱাদৰ্শ বৰ্তমানৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীৰ প্ৰসাৰিত বাম আৰু গণতান্ত্ৰিক ঐক্যৰ ( কংগ্ৰেছৰ সৈতে মিত্ৰতা ) বিকল্প খছৰা পৰাজিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

সীতাৰাম য়েছুৰীৰ পূৰ্বসূৰী প্ৰকাশ কাৰাটে আলোচনাৰ বাবে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰা এই খছৰাখনৰ ওপৰত কংগ্ৰেছ আৰু বিজেপিৰ পৰা সমান দূৰত্ব বজাই ৰখাৰ সপক্ষে  প্ৰাদন কৰা যুক্তিকেই গ্ৰহণ কৰাৰ সম্ভাৱনা অধিক।

এয়াই যদি হয়, তেন্তে য়েছুৰীয়ে পদত্যাগ কৰিব লাগিব। কিন্তু বিশেষভাৱে কেৰেলা গোটত কেন্দ্ৰীভূত প্ৰকাশ কাৰাটৰ অনুগত আৰু বিশেষভাৱে বেংগল গোটত কেন্দ্ৰীভূত য়েছুৰীৰ  অনুগত দুয়োটা গোটেই দলৰ সাধাৰণ সম্পাদক হিচাপে গ্ৰহণ কৰিব পৰা এগৰাকী প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে ৰাজনৈতিক দলটোত।

ইতিমধ্যে দুয়োটা গোটেই পৰস্পৰৰ মতাদৰ্শৰ মাজৰ বিভাজন এৰাই  দলটোৰ ৰাজনৈতিক ভাৱাদৰ্শক গৰিষ্ঠতাৰ ভিত্তিত গ্ৰহণ কৰিব বিছাৰে। এগৰাকী শীৰ্ষস্থানীয় চিপিএম নেতাই কৈছে যে এই ক্ষেত্ৰত সাধাৰণ সম্পাদকৰ বাবে আটাইতকৈ গ্ৰহণযোগ্য প্ৰাৰ্থী হৈছে মাণিক সৰকাৰ।

সৰকাৰক ইতিমধ্যে ২২সংখ্যক সন্মিলনৰ বুধবাৰৰ উদ্বোধনী অধিৱেশনত দলটোৰ প্ৰেজিডিয়ামৰ সভাপতি মনোনীত কৰা হৈছে।

ত্ৰিপুৰাৰ বিগত বিধানসভা নিৰ্বাচনৰ ফলাফলে এগৰাকী যুৱ প্ৰজন্মৰ আৰু অধিক গতিশীল নেতাক ৰাজত প্ৰক্ষেপ কৰা আৰু সৰকাৰক ৰাষ্ট্ৰৰ কেন্দ্ৰীয় মঞ্চলৈকে লৈ যোৱাৰ প্ৰয়োজনীতাত জোৰ দিছে।

আনহাতে লিংগ কাৰকটো লৈ প্ৰতিদ্বন্দ্বিতাত নমা বৃন্দা কাৰাটৰ সৈতেও সৰকাৰৰ এক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভৱনা আছে।

কেৰেলা গোটৰ সমৰ্থনপ্ৰাপ্ত বি ভি ৰাঘৱবুলুও সাধাৰণ সম্পাদক পদপ্ৰাৰ্থী।

কিন্তু ব্যক্তিত্ব আৰু ৰাজনৈতিক জীৱনৰ কৰ্মৰাজীৰে মাণিক সৰকাৰ সকলোৰে ওপৰত চৰ্চিত বুলি দলীয় সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে জনজাতীয় এলেকাৰ চিৰাচৰিত দুৰ্গসমূহত দলটোৰ পৰাজয়ে লোকসভাৰ সংসদ জিতেন চৌধুৰীক মাণিক সৰকাৰৰ উত্তৰসূৰী হিচাপে প্ৰক্ষেপ কৰিবলৈ দলীয় নেতৃত্বক অনুপ্ৰৰণা দিছে।

চৌধুৰী হৈছে আধুনিক প্ৰযুক্তি ব্যৱহাৰত নিপুণ, এজন ব্যৱহাৰিক জ্ঞানসম্পন্ন নেতা। যদিহে বিশেষকৈ বহুবল্কী বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ্য হয় তেন্তে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁ জনজাতি আৰু নতুন প্ৰজন্মৰ আস্থা ওভোতাই অনাত সফল হ‘ব বুলি দলীয় নেত্যত্ব আশাবাদী।

ছয়িদ বছিৰ

ছয়িদ বছিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd