• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত প্ৰভু ৰামক লৈ অপমানসূচক মন্তব্য কৰা অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে গোচৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 10, 2020 8:57 am

1 min read

Anindya-Sen-750x375
349
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসক লৈ দেশৰ হিন্দুধৰ্মী লোক সকল আনন্দিত হৈ আছে সেই সময়তে শিলচৰত থকা অসম বিশ্ব বিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকে প্ৰভু ৰামচন্দ্ৰক লৈ ছ’চিয়েল মিডিয়াত কৰা কেতবোৰ মন্তব্যই বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে।

অসম বিশ্ব বিদ্যালয়ৰ  সহকাৰী অধ্যাপক অনিন্দ্য সেনে ছ’চিয়েল মিডিয়াত ৰামচন্দ্ৰই পত্নী সীতাক কিয় পৰিত্যাগ কৰিছিল বুলি প্ৰশ্ন কৰাৰ পিচতে জাঙুৰ খাই উঠিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দৰে সংগঠন সমূহ।

সহকাৰী অধ্যাপক অনিন্দ্য সেনে কৰা মন্তব্যৰ বিৰুদ্ধে এ বি ভি পিৰ কৰ্মকৰ্তা ৰোহিত চান্দাই থানাত গোচৰ তৰিছে।

এ বি ভি পিৰ কৰ্মী ৰোহিত চান্দাৰ মতে ছ’চিয়েল মিডিয়াত ৰামৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি সহকাৰী অধ্যাপক গৰাকীয়ে হিন্দুধৰ্মী লোক সকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে।

এখন সন্মানীয় বিশ্ববিদ্যালয়ত কৰ্মৰত অধ্যাপক এগৰাকীৰ এনে কাৰ্যই সমাজৰ আন বহু লোকক তেনে কাম কৰিবলৈ উৎসাহিতকৰিব বুলি ৰোহিত চান্দাই তেওঁৰ এজাহাৰ খনত উল্লেখ কৰিছে।

চান্দাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অধ্যাপক গৰকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৫ক,২৯৪ আৰু ৫০১ ধাৰাত গোচৰ ৰুজু কৰিছে।

Recent News

Golaghat1

গোলাঘাটৰ ধনশিৰি নদীত সন্ধানহীন এগৰাকী উদীয়মান ফুটবল খেলুৱৈ

index.jpg

অনন্য দৃষ্টান্ত ৰাহুল গান্ধীৰ : কোভিড পৰিস্থিতিৰ বাবে পশ্চিমবংগৰ সকলো নিৰ্বাচনী ৰেলী বাতিল

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd