DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’বলৈ দলৰ কৰ্মীসকলৰ প্ৰতি আহ্বান মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 10:31 pm
মুখ্য মন্ত্ৰী
105
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’বলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলৰ কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়।

আজি যোৰহাটৰ গড়মুৰৰ কুল দত্ত সোঁৱৰণি মঞ্চত অনুষ্ঠিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ অধিবেশন সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে কয় যে গাওঁ অঞ্চলত স্বাস্থ্য আৰু শিক্ষাখণ্ডত বিজেপিয়ে কংগ্ৰেছতকৈ বহুত বেছি কাম কৰিছে। অৱশ্যে জনসাধাৰণক চৰকাৰি আঁচনি সমূহৰ বিষয়ে সজাগ কৰি তুলিব লাগিব তেওঁ লগতে উল্লেখ কৰে।

ইয়াৰ উপৰি তেওঁ কৰ্মীসকলক কেবল তৃণমূল পৰ্যায়ত কাম কৰাই নহয় বৰঞ্চ ৰাইজৰ মাজলৈ গৈ আঁচনি সমূহৰ ৰুপায়ণ সম্পৰ্কত যদি তেওঁলোকৰ কিবা আপত্তি আছে তাৰো বুজ লবলৈ আহ্বান জনায়।

আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত বিজেপি শূন্য সহনশিলতা প্ৰদৰ্শন কৰে বুলি মন্তব্য কৰি সোণোৱালে কয় যে মোদী মডেল আৰু মূল্যবোধৰ ৰাজনীতিৰ বাবেই দলটোৱে দেশজুৰি সাফল্য লাভ কৰাৰ লগতে উত্তৰ-পূবত খোপনি পুতিবলৈ সক্ষম হৈছে।

তেওঁ কয়, ‘উত্তৰ-পূৰ্বাঞ্চল বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপুৰ্ণ, অঞ্চলটোৰ ৩ খন ৰাজ্যৰ সদ্য-সমাপ্ত নিৰ্বাচনত ৰাইজে দেখুৱা অভূতপুৰ্ব জনাদেশে বিজেপিৰ প্ৰতি থকা তেওঁলোকৰ আস্থাক প্ৰমাণ কৰে।’

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd